ছফিকুল ইছলাম: মন্দিয়া: যোৱা ফেব্ৰুৱাৰী মাহত মন্দিয়াৰ পৰা দিঘীৰ পামলৈ যোৱা ৰাস্তাত থকা কাঠৰ দলং খন মেৰামতি কৰাৰ কাম আৰম্ভ কৰে আৰু জলাশয়ৰ কাষেৰে এখন উপ ৰাস্তাৰ ব্যৱস্থা কৰি দিয়া হয় | নিৰ্মাণৰ কাম চলি থকাৰ সময়তে চৰকাৰে দিয়া লকডাউনৰ বাবে এমাহ দলং নিৰ্মাণৰ কাম বন্ধ হৈ আছিল , চৰকাৰে
Category: Assamese News
জামুগুৰিহাটৰ: চন্দন শৰ্মাৰ: অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত তথা নিজ গৃহ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ দিপলুঙালৈ আহি তিনিচুকীয়াত আৱদ্ধ হৈ থকা ১৩ জন যুৱকক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনিলে নিজ গৃহলৈ । উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ তেজুত কৰ্মৰত হৈ আছিল ডিপলুঙা বাগানৰ এই যুৱক সকল । বিভিন্ন অসুবিধাৰ মাজত তেজুত
চন্দন শৰ্মা: জামুগুৰিহাট: > জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে যুৱকসকলক৷ > চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি তদাৰক কৰে সকলো ব্যৱস্থাৰ৷ >বহি:ৰাজ্যৰপৰা অহা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে চতিয়া সমষ্টিত ৫ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ স্থাপন৷ >সমষ্টিটোলৈ প্ৰায় ৬ হাজাৰ যুৱক ঘুৰি অহাৰ সম্ভাৱনা৷
এক লোমহর্ষক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাই তুলিছে সমগ্র ৰাজ্য৷ ডিব্রুগড়ৰ শুকানপুখুৰী আৰু বগীপুলত (কুমাৰনিছিগাৰ সমীপত) সোমবাৰে পুৱা প্রায় ১১ বজাত শূন্য দূৰত্বৰ পৰা গুলীয়াই তিনিজন লোকক হত্যা কৰি এছএছবিৰ প্রাক্তন জোৱান এজনে উদ্যত পিষ্টল লৈ পলায়ন কৰা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে৷ চহৰখনৰ আমোলাপট্টি আৰক্ষী চকীৰ অধীনৰ শুকানপুখুৰীত সঞ্জয় দাস
এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), চতুৰ্দশ বিত্ত আয়োগৰ অধীনস্থ তৃণমূল কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জিলাসমূহৰ উপায়ুক্ত, চক্ৰ বিষয়া, জিলা উন্নয়ন আয়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গক আজি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ➡️