শোণিতপুৰ জিলাত কৰোণা পজিটিভ লোক কেইজনৰ বিষয়ে জানিবলৈ - ক্লিক কৰক – Guwahati Times

শোণিতপুৰ জিলাত কৰোণা পজিটিভ লোক কেইজনৰ বিষয়ে জানিবলৈ – ক্লিক কৰক

চন্দন শৰ্মা: জামুগুৰিহাট: শোণিতপুৰ জিলাত কৰোণা পজিটিভ হাৰিয়ানাৰ গুৰগাঁৱত শ্ৰমিক হিচাপে কৰ্মৰত প্ৰতাব লিম্বু আৰু দিলীপ তাঁতী ।

দুয়োৰে ঘৰ শোণিতপুৰৰ মিছামাৰীত ।

দুয়ো জন শ্ৰমিক ১৮ মে’ত তেজপুৰলৈ আহিছিল ।

দুয়োজনক তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কোৰেন্টাইন কেম্পত ৰখা হৈছিল ।

বৰ্তমান দুয়ো জনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!