অসমলৈ বিভিন্ন ৰাজ্যৰপৰা উভতি অহা শ্ৰমিকসকলক সাহায্য প্ৰদান আৰু তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰী
Category: Assamese News
চন্দন শৰ্মা: শোণিতপুৰ জিলাৰ ইটাখোলা বালিজুৰিৰ ৬০ বছৰীয়া টোকাও গয়াৰী (কভিড ১৯ পজিটিভ ) ট্ৰাকেৰে অহিয়েই গা বেয়া হোৱাৰ বাবে TMC ত ভৰ্তি কৰিছিল৷ তেখেতে ঘৰতে কৰেণ্টাইনত আছিল ৷ তেখেতৰ
আজি পুৱা ৰেলেৰে লামডিঙত উপস্থিত হোৱা ১৭ জন হোজাইলৈ অহা যাত্ৰীক হোজাইৰ প্ৰশাসনে লামডিঙৰ পৰা আনি হোজাইত কোৱৰেন্টিন কৰায়। স্বাগত হোটেল আৰু আনফৰ গেষ্ট হাউচত যাত্ৰী কেইজনক কোৱৰেন্টিনত ৰখা হৈছে
নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে। দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত। এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত। কাৰণ সেই আলু
মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷