Category: Assamese News

BREAKING: বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ

BREAKING: বিধায়ক আমিনুল ইছলাম গ্ৰেপ্তাৰ

> ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ। > ওৰেনিশা জেৰাৰ পিছত আমিনুলক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। > তবলিগী জামাতৰ পৰা কৰ’না ভাইৰাছ বিয়পা নাই চৰকাৰে তবলিগী জামাতৰ সুযোগ লৈ মুছলমান

COVID-19: অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

অসমত COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি COVID-19ত আক্ৰান্ত অসমৰ আৰু ৮ জন এতিয়ালৈ মুঠ ১৩ জন COVID-19ত আক্ৰান্ত নতুনকৈ চিনাক্ত হোৱা ৮জনেই উজনি অসমৰ বিভিন্ন জিলাৰ | JMCHৰ লেবত ধৰা পৰিছে

কাৰোবাৰ হাতত এই চীন দেখিলে ডায়েল কৰক ১০০

ক’ৰোনাৰ ভাইৰাছক প্ৰতিহত কৰিবলৈ নিতৌ ন ন পন্থা অৱলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । যিসকল ৰোগীৰ দেহত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে সেইসকলক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা

সাংবাদিক অতনু ভূঞাই আজি সংগ্ৰহ কৰিব ৰাজ্যসভাৰ মনোনয়ন

সাংবাদিক অতনু ভূঞাই আজি সংগ্ৰহ কৰিব ৰাজ্যসভাৰ মনোনয়ন

ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই! আজি সংগ্ৰহ কৰিব মনোনয়ন পত্ৰ। কংগ্ৰেছ–AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ এখন আসনত প্ৰাৰ্থীত্ব

বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা

বি টি চি’ত নিৰ্বাচন ৰ দিন ঘোষণা

বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন । ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণৰ আৰু ফলাফল ঘোষণা কৰা হ’ব ৮ এপ্ৰিলত । ১৮ মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম