কাৰাবন্দী হৈয়ে থাকিব লাগিব ৰঞ্জন দৈমাৰী | জামিন নাপালে NDFBৰ ৰঞ্জন দৈমাৰীয়ে পৃথক বিচাৰপীঠত নহ’ল জামিনৰ শুনানি | নিৰ্দিষ্ট বিচাৰপীঠলৈ গোচৰ পঠিয়াবলৈ নিৰ্দেশ গুৱাহাটী হাইক’ৰ্টৰ | বড়ো শান্তি চুক্তিত স্বাক্ষৰ
Category: Assamese News
ঈশ্ফাক আলি: ডিব্ৰুগড়: সদৌ মৰাণ ছাত্ৰ সন্থা , ডিব্ৰুগড় বিশ্ববিদ্যালয় সমিতিয়ে জ্যোতি বাটচৰা প্ৰাঙ্গনত মৰাণ জাতীয় শ্বহীদ বিনন্দ মৰাণক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটো আঁৰ ধৰে সদৌ মৰাণ
গহপুৰত চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ স্বামীহাৰা এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰি থৈ যায় দুৰ্বৃত্তই । অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰি
গোলকগঞ্জ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ পাচতেই আকস্মাতে নিজৰ এ কে ৪৭ ৰ গুলী ওলাই নিহত হয় উমেশ ৰায় নামৰ আৰক্ষী জোৱানজন । ঘটনা অনুসৰি বাইকেৰে
গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আজি মৃত্যু হয় বিশিষ্ট প্ৰযোজকগৰাকীৰ । জনপ্ৰিয় অসমীয়া ছবি ‘মা তুমি অনন্যা’, ‘জোনদা ইমান গুণ্ডা’, ‘চুৰেন চোৰৰ পুতেক’, ‘অন্তহীন যাত্ৰা’ ছবিকেইখন প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে । যোৱা