বিশেষ ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী

1 min read

চেলেংহাট, ১৪ মে’: উজনিমুৱা দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী। বৃহস্পতি বাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰবেশ কৰে বিশেষ ৰে’ল খন। মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ ভিতৰত গোলাঘাটৰ ১৫ জন, যোৰহাটৰ ১৯ জন, মাজুলীৰ ১ জন আৰু শিৱসাগৰৰ ২ জন।মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পাছতে যাত্ৰী সকলক নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰশাসনে।

অধিক পঢ়িবলৈ ক্লিক কৰক

You May Also Like

More From Author