27 C
Assam
Monday, September 26, 2022

Featured News

হোজাইত ১৭ গৰাকী ৰেল যাত্ৰীক কোৱৰেন্টিন

Assamese Newsহোজাইত ১৭ গৰাকী ৰেল যাত্ৰীক কোৱৰেন্টিন

আজি পুৱা ৰেলেৰে লামডিঙত উপস্থিত হোৱা ১৭ জন হোজাইলৈ অহা যাত্ৰীক হোজাইৰ প্ৰশাসনে লামডিঙৰ পৰা আনি হোজাইত কোৱৰেন্টিন কৰায়। স্বাগত হোটেল আৰু আনফৰ গেষ্ট হাউচত যাত্ৰী কেইজনক কোৱৰেন্টিনত ৰখা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে ।

Source: Dainik Janambhumi

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: