24.7 C
Assam
Sunday, December 4, 2022

Featured News

আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…

আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো...

Assam Police arrest three persons in Nagaon, recover 7.65mm pistol, brown sugar

Assam Police arrested three persons and recovered...

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

Assamese Newsনতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…
  • নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে।
  • দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত।
  • এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত।
  • কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল।
  • উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক।
  • ইফালে এতিয়ালৈকে আৰোগ্য হৈছে- ৪১ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ৪৬ গৰাকী।
  • ২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে অসমত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: