নতুনকৈ কোৰোনা ধৰা পৰা লোক ২ জনেও কাম কৰিছিল ফাঁচী বজাৰৰ আলু গুড়ামত…

1 min read
  • নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে।
  • দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত।
  • এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত।
  • কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল।
  • উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক।
  • ইফালে এতিয়ালৈকে আৰোগ্য হৈছে- ৪১ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ৪৬ গৰাকী।
  • ২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে অসমত।

You May Also Like

More From Author