পেৰাচিটামল (Paracetamol) ঔষধ ইমানেই জনপ্ৰিয় হৈ পৰিছে যে কোৱাৰ বিশেষ প্ৰয়োজন নাই। জ্বৰ, চৰ্দি, গাঁঠিৰ বিষ, চকুৰ বিষ আদি বহু সমস্যাৰ বাবে মানুহে এই টেবলেট খায়। কিন্তু চিকিৎসা বিশেষজ্ঞসকলে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে মানুহক সকীয়াই দিছে। শেহতীয়াকৈ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পেৰাচিটামলৰ সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে। এন্দুৰৰ ওপৰত কৰা এই
Category: Assamese News
ফাগুণৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান মহাশিৱৰাত্ৰি। এই বছৰ এই পাৰ্বণ পালন কৰা হ’ব ৮ মাৰ্চত। প্ৰতি বছে ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত এই অনুষ্ঠান উদযাপন কৰা হয়। এই বছৰ চতুৰ্দশী তিথি আৰম্ভ হ’ব ৭ মাৰ্চ, বৃহস্পতিবাৰে নিশা ৯.৫৭ বজাত। চতুৰ্দশী তিথি বা শিৱৰাত্ৰি থাকিব ৮ মাৰ্চ, শুকুৰবাৰে সন্ধিয়া ৬.১৭ বজালৈ। মহাশিৱৰাত্ৰিত
বন্ধ খামত বিজেপিৰ প্ৰাৰ্থীৰ ভাগ্য! অসমত ১২টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰূপে কাক, ক’ত প্ৰক্ষেপ কৰা হ’ব?
লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি তুংগত চলিছে। অসম বিজেপিৰ নেতৃত্বই ৰাজ্যৰ লোকসভাৰ প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীত এতিয়া ব্যস্ত হৈ আছে ৷ ৰাজ্যৰ ১২টা লোকসভা সমষ্টিত কাক, ক’ত আৰু কেনেকৈ প্ৰক্ষেপ কৰা হ’ব সেই তালিকাত বিজেপি দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোহৰ মাৰিব। ইয়াৰ মাজতে এগৰাকী সম্ভাৱ্য প্ৰাৰ্থীয়ে মনে প্ৰাণে বিচাৰিছে
মেষ ৰাশি: আজি এই ৰাশিৰ ইচ্ছা পূৰণৰ দিন হ’ব। তেওঁলোকৰ বহু কামনা আজি পূৰণ হোৱাৰ সম্ভাৱনা আছে। যিসকলে নিজৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে সফলতা লাভ কৰিব। সৃষ্টিশীল দৃষ্টিকোণৰ পৰা কৰা আপোনাৰ প্ৰচেষ্টাই ফল দিব পাৰে। সন্ধিয়া কোনোবা সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব পাৰিব। শিক্ষাৰ্থীসকলেও শিক্ষাত আকাংক্ষিত ফলাফল
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও তেলিপাৰাত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী উপদেষ্টা সমিতিৰ বৈঠক খন আজি অনুষ্ঠিত কৰা হয় ৷ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকৰ মুৰব্বী ড° ৰঞ্জিত খাউণ্ডে পৰিচালনা কৰা বিজ্ঞানী উপদেষ্টা সমিতিৰ বৈঠক খনত কেন্দ্ৰটোৰ বিগত বৰ্ষৰ বাৰ্ষিক সম্পদৰ তথ্য, কাৰ্য্যকলাপ সমূহৰ পৰ্যালোচনা আৰু কৃতিত্ব সম্পৰ্কে কোকৰাঝাৰ কৃষি