লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ গুৱাহাটী ৩ফেব্ৰুৱাৰী ২০২৪: উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা। ৰাজ্যৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ আজি লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন
Category: Assamese News
এজন ৰাণৱে মডেল হিচাবে নিজৰ পৰিচয় দাঙি ধৰা এই যুৱক জন হৈছে অৰুণাচল প্ৰদেশৰ তেজু, লোহিত জিলাৰ টুলু নাথ। অৰুণাচল প্ৰদেশৰ টুলো নাথ হৈছে স্বৰ্গীয় KC NATH আৰু স্বৰ্গীয়া বিভা নাথৰ পুত্ৰ। টুলোৱে ইয়াৰ পূৰ্বে বহুকেইটা ফেশ্বন অনুষ্ঠানত বিভিন্ন স্থান লাভ কৰি নিজৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত Brand
গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: ভাৰতৰ আগশাৰীৰ বাহন নিৰ্মাতা টাটা মটৰ্ছে আজি গুৱাহাটীৰ কামাখ্যাস্থিত কামাখ্যা মটৰ্ছত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ পাঞ্চ.ইভি মুকলি কৰে। এই মুকলি অনুষ্ঠানত ৰোহিত মালহোত্ৰা(এম ডি, কামাখ্যা মটৰ্ছ), উপেন শৰ্মা(জেনেৰেল মেনেজাৰ কামাখ্যা মটৰ্ছ), বৰন বিকাশ (জনপ্ৰিয় কণ্ঠশিল্পী) অংকিত মিশ্ৰ(চিনিয়ৰ মেনেজাৰ), মনোৰঞ্জন পাট্টনায়ক (বৈদ্যুতিক বাহন টাটা মটৰ্চ), ঋষি খেমকা (ছিনিয়ৰ মেনেজাৰ) উপস্থিত
আহি আছে নিৰ্বাচন। ১১ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ লৈ অসমলৈ কাইলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ আৰম্ভণি কৰিবে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ পূৰ্বে সংবাদমেলযোগে কেইবাটাও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কেতিয়া অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু
মেষ ৰাশি: আজি এই ৰাশিৰ বাবে ব্যস্ততাপূৰ্ণ দিন হ’ব। সন্তানৰ শিক্ষাৰ লগত জড়িত কামত ব্যস্ত থাকিব, যাৰ বাবে আপুনি ব্যৱসায়ৰ প্ৰতি গুৰুত্ব নিদিব আৰু আপোনাৰ কিছু কাম ভৱিষ্যতৰ বাবে পিছুৱাব পাৰে। এনে কৰিব নালাগে, নহ’লে পিছত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। আজি ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ কামবোৰতো আপুনি গুৰুত্ব দিব লাগিব আৰু সেইবোৰ