Category: Assamese News

আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা

দৃষ্টিশক্তি বৃদ্ধিৰ বাবে শিশুক কেনে খাদ্য খুৱাব লাগে জানি লওঁক

দৃষ্টিশক্তি বৃদ্ধিৰ বাবে শিশুক কেনে খাদ্য খুৱাব লাগে জানি লওঁক

আজিকালি অধিকাংশ শিশুয়েই ম’বাইল আসক্ত।যাৰ ফলত খুব কম বয়সতে তেওঁলোকৰ দৃষ্টি শক্তি দুৰ্বল হৈ পৰিছে।তদুপৰি, ভুল খাদ্যাভ্যাসো শিশুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ এক অন্যতম কাৰণ।কিন্তু খোৱাৰ ক্ষেত্ৰত কিছু সচেতন হ’লেই আপুনি আপোনাৰ শিশুৰ দৃষ্টিশক্তি ঘুৰাই আনিব পাৰে।শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ শিশুটিক কিদৰে খোৱাৰ যত্ন ল’ব লাগে, আজি জানো আহক-

এইসমূহ শিশুৰ ডায়বেটিচ হোৱাৰ লক্ষণ…

এইসমূহ শিশুৰ ডায়বেটিচ হোৱাৰ লক্ষণ…

ভুল খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে শিশুসকলো ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ চিকাৰ হ’বলগীয়া হৈছে। শিশুসকল সাধাৰণতে টাইপ ১ ডায়বেটিচত আক্ৰান্ত হয়। ইয়াৰ ফলত তেওঁলোকৰ শাৰীৰিক বিকাশত যথেষ্ট প্ৰভাৱ পৰে। এই বিপদজনক ৰোগৰ ফলত শৰীৰৰ অংগবোৰত অতি বেয়া প্ৰভাৱ পৰে। টাইপ ১ ডায়বেটিচৰ ফলত শৰীৰত ইনচুলিন কমকৈ প্ৰস্তুত হয়, যাৰ ফলত

চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

চকুৰ সুস্বাস্থ্যৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহলে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ’ব পাৰে।সম্প্ৰতি, অধিকাংশ লোকেই ম’বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে। যি হৈছে চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ।চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল

এয়া গুৰুতৰ ৰোগৰ আগজাননী, উপেক্ষা নকৰিব

এয়া গুৰুতৰ ৰোগৰ আগজাননী, উপেক্ষা নকৰিব

বহুসময়ত হঠাতে আমাৰ চকু দুটা কঁপিবলৈ বা লৰিবলৈ ধৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, চকু লৰাটো একেবাৰে অশুভ।কিন্তু প্ৰকৃততে ই স্বাস্থ্যৰ অৱনতি হোৱাৰহে লক্ষণ। চকু লৰাৰ প্ৰকৃত কাৰণ কি, আজি সেই সেই বিষয়ে জানো আহক- গুৰুতৰ ৰোগৰ সতৰ্কবাণী যদি তলৰ আৰু ওপৰৰ দুয়োটা চকুৰ পতা এসপ্তাহতকৈ অধিক সময় ধৰি একেৰাহে লৰি থাকে,