১৭ জানুৱাৰী,২০২৪:- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো বুধবাৰে বৰলুইত ন্যাসৰ উদ্যোগত উদযাপিত হ’ল শিল্পী দিৱস। অসম সাহিত্য সভা কাৰ্যালয়ৰ নেহা আগৰৱালা সোঁৱৰণি সভাকক্ষত আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানত মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। উল্লেখ্য যে, ৰূপকোঁৱৰৰ মৃত্যু দিৱস তথা শিল্পী দিৱসৰ লগত সংগতি ৰাখি বৰলুইতে কামৰূপ(ম) জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ মাজত
Category: Assamese News
বাঁহীবাদক, চিত্ৰ-ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মালৈ ‘ শিল্পী সম্বৰ্ধনা ‘ গুৱাহাটী ১৭/১/২০২৪: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটি দিনজোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় ৷ অনুষ্ঠানৰ অংশ হিচাপে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই ৷ ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি
গুৱাহাটীত ISROৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকৰ সোমনাথ । বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত ISROৰ অধ্যক্ষ সোমনাথ । প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহন কৰিব খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে । চন্দ্ৰযান ৩ সফলতাৰ বিজয় উৎসৱ তথা ISROৰ দ্বাৰা আদিত্য L1ৰ সূৰ্য্যমূখী অভিযান উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজনেৰে অধ্যক্ষগৰাকীক সম্বৰ্ধনা জনাব ইয়াৰ পিছতে মত
আমাৰ সকলোৰে পছন্দৰ এবিধ শুকান ফল হৈছে কাঠবাদাম। ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।ই পুষ্টিৰ এক উৎকৃষ্ট উৎস। কাঠবাদামত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে।ই প্ৰ’টিন আৰু ভিটামিন-ইৰো এক উত্তম উৎস কাঠবাদাম।কাঠবাদাম আঁহৰেও সমৃদ্ধ।কাঠবাদাম ৰাতি তিয়াই থৈ পুৱা খালে ই শৰীৰৰ পক্ষে অতি উপকাৰী(Health Benefits of Almonds
শীতকালত পোৱা এবিধ শাক হৈছে জিলমিল শাক । জিলমিল হৈছে এক বাৰ্ষিক অপতৃণ শাক বা ভেষজ উদ্ভিদ। জিলমিলৰ আশ্চৰ্যজনকভাৱে স্বাস্থ্যৰ উপকাৰিতা আছে। এইবিধ উদ্ভিদত যথেষ্ট পৰিমাণৰ পুষ্টিগত উপাদান থাকে যি আমাক বিভিন্ন ৰোগৰ পৰা আৰোগ্য কৰিব পাৰে(Benefits of Bathua)। শীতকালত বজাৰত বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আৰু অন্যান্য খাদ্য সামগ্ৰীৰে সজাই