লক্ষ্য দিল্লীৰ মছনদ দখল। আৰম্ভ হ’ল দিল্লী দখলৰ কুজ-কাৱাজ। ৰাহুল গান্ধীৰ ‘‘ভাৰত জোড়ো ন্যায় যাত্ৰা’’ৰ অন্তত পৰা পিছতে প্ৰকাশ পাইছে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধীৰ উমৈহতীয়া মঞ্চৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা।
Category: Assamese News
শনিবাৰে পুৱা বীৰ লাচিত সেনাৰ নেতাসকলক জালুকবাৰী আৰক্ষীয়ে মুকলি কৰি দিয়ে। ২৬ জানুৱাৰী, শুকুৰবাৰে নিশা এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ ৬ জন সদস্যক
অপৰাধীৰ বাবে তেওঁ আছিল আতংক। তেঁও আহিলেই থৰ-হৰি কম্পমান হৈছিল অপৰাধী। নাম তেওঁৰ আনন্দ, কিন্তু অপৰাধীৰ বাবে আছিল আতংক। অৱশেষত যৱনিকা পৰিল দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ। অসম এৰি বিহাৰলৈ ৰাওনা ডাবাং আৰক্ষী
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক বৃহৎ খলকনিৰ সৃষ্টি কৰি কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে (Bismita Gogoi)। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তইও (Angkita
মেষ ৰাশি: আজিৰ দিনটো এই ৰাশিৰ লোকৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ’ব। আপুনি সন্তানক নতুন পাঠ্যক্ৰম বা নতুন চাকৰি এটা শিকাবলৈ ব্যস্ত থাকিব, কিন্তু কিছু কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপোনাৰ