Category: Assamese News

মৃত্যুৰ ১১ দিন পিছত উদ্ধাৰ হোৱা মডেল দিব্যা পাহুজাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ চাঞ্চল্যকৰ তথ্য!

মৃত্যুৰ ১১ দিন পিছত উদ্ধাৰ হোৱা মডেল দিব্যা পাহুজাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ চাঞ্চল্যকৰ তথ্য!

আৰক্ষীয়ে জনোৱা মতে, হত্যাৰ ১১ দিন পিছত তোহানাৰ জাখলৰ ভাখৰা খালৰ পৰা মডেল দিব্যা পাহুজাৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। মডেল দিব্যা পাহুজাক যোৱা ২ জানুৱাৰীত গুৰুগ্ৰামৰ এখন চিটি পইণ্ট হোটেলত গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাৰ অনুসন্ধানত পোহৰলৈ আহিছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য। হত্যাৰ ১১ দিন পিছত, মডেলগৰাকীৰ মৃতদেহ

নুনমাটি: প্ৰথম প্ৰেম তাৰ পিছত অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ কৰিলে ভাইৰেল; গ্ৰেপ্তাৰ প্ৰেমিক

নুনমাটি: প্ৰথম প্ৰেম তাৰ পিছত অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ কৰিলে ভাইৰেল; গ্ৰেপ্তাৰ প্ৰেমিক

মহানগৰীত চাঞ্চল্যক ঘটনা। মানুহে কয় প্ৰেম হেনো স্বৰ্গীয় অনুভূতি। প্ৰেমত ঘূৰে ত্ৰিভূৱন, প্ৰেমত ফুলে শতদল। পিছে মদন মোহন আকৌ তেনে নহয়। প্ৰথমে প্ৰেম, তাৰ পিছত প্ৰেয়সীৰ সৈতে অভিসাৰ, তাৰ পিছত ফটোশ্বুট, অৱশেষত প্ৰেয়সীয়ে সৈতে অন্তৰংগ মুহূৰ্তত থকা ভিডিঅ’ কৰিলে ভাইৰেল। মহানগৰীত নুনমাটি আৰক্ষীৰ জালত ভণ্ড প্ৰেমিক। সামাজিক মাধ্যমত প্ৰেমিকাৰ সৈতে

কেঁচা পিয়াঁজ খোৱাৰ উপকাৰিতা বিষয়ে জানেনে আপুনি ?

কেঁচা পিয়াঁজ খোৱাৰ উপকাৰিতা বিষয়ে জানেনে আপুনি ?

পিঁয়াজ আমি সকলোৱে ৰন্ধনত ব্যৱহাৰ কৰো । পিঁয়াজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ব্যৱহাৰ কৰা হয়। খাদ্য সামগ্ৰী হিচাপে পিঁয়াজ সুস্বাদু ব্যঞ্জন, আচাৰ তৈয়াৰ কৰিবলৈ, চছ বা চাটনিত সক্ৰিয় উপাদান হিচাপে কাম কৰিবলৈ ব্যৱহাৰ কৰা হয়(Benefits of Raw Onion)। পিয়াঁজ হৈছে এনে এক পাচলি, যাক সমগ্ৰ বিশ্বজুৰি ৰন্ধনৰ

খালী পেটত আপুনি নেমু পানী খাই নেকি ? যদি খাই তেন্তে সাৱধান হওক

খালী পেটত আপুনি নেমু পানী খাই নেকি ? যদি খাই তেন্তে সাৱধান হওক

নেমু পানী যথেষ্ট সুস্বাদু। ই বহুতো পুষ্টিৰে সমৃদ্ধ। নেমুপানী আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। নেমুত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-চি পোৱা যায়। ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, আনহাতে নেমু হজমৰ বাবে অতি কাৰ্যকৰী বুলি গণ্য কৰা হয়। জন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ

তুলসী গছ ঘৰত থকাটো কিমান উপকাৰী আপুনি জানেনে ?

তুলসী গছ ঘৰত থকাটো কিমান উপকাৰী আপুনি জানেনে ?

তুলসী গছে আমাৰ জীৱনত দি আহিছে বহুখিনি প্ৰভাৱ । এই তুলসী গছে আমাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব পাৰে । তাৰ বিপৰীতে তুলসী গছক লৈ কৰা কিছু ভুলে মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে । সেইবাবে তুলসী গছক লৈ বহু বিশ্বাস আৰু ধৰ্মীয় তথ্য আছে । সনাতন ধৰ্মত বহু গছক