Category: Assamese News

যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠনকাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

যুৱ সাংবাদিক মঞ্চ, অসমৰ নতুন সমিতি গঠন
কাৰ্যনিৰ্বাহক বৈঠকত য়ুথ কনক্লেভৰ প্ৰস্তাৱ

গুৱাহাটী: দিছপুৰ প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত হোৱা যুৱ সাংবাদিক মঞ্চ, অসমৰ কাৰ্য নিৰ্বাহক বৈঠকত এখন য়ুথ কনক্লেভ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হয় । ৰাজনৈতিক, সামাজিক, বানিজ্যিক আদি ক্ষেত্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু সাঙুৰি লৈ অনুষ্ঠিত হব এই কনক্লেভ । আজিৰ সভাত মঞ্চই ভৱিষ্যতে সংবাদ জগতৰ বাবে কৰিবলগীয়া কাম সমূহৰ বিষয়তো

১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতা

১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতা

নিউজ ব্যুৰ’,নগাঁও,১৩জানুৱাৰী:–মধ্য অসমৰ আটাইতকৈ পুৰণি তথা আহোম স্বৰ্গদেউ চুহুংমুৰ দিনৰে পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক বাৰপূজীয়া ম’হ যুঁজ প্ৰতিযোগিতা অহা ১৮ জানুৱাৰী (৩ মাঘ)ত অনুষ্ঠিত হ’ব। বিগত ২০১৬ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ পৰম্পৰাগত ম’হ যুঁজ,বুলবুলি যুঁজ,কুকুৰা যুঁজ আদি খেলসমূহ অসমত বন্ধ আছিল যদিও শেহতীয়াকৈ

নৱবৰ্ষত শনিৰ বিৰল ৰাশি পৰিৱৰ্তন, সুখ-সমৃদ্ধিৰে উপচি পৰিব এই ৪ ৰাশিৰ জাতক-জাতিকাৰ জীৱন

নৱবৰ্ষত শনিৰ বিৰল ৰাশি পৰিৱৰ্তন, সুখ-সমৃদ্ধিৰে উপচি পৰিব এই ৪ ৰাশিৰ জাতক-জাতিকাৰ জীৱন

গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যেতিয়া কোনো গ্ৰহ আন ৰাশিলৈ স্থান পৰিৱৰ্তন কৰে তেতিয়া ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু লগতে নেতিবাচক প্ৰভাৱো পৰিব পাৰে, মূলতঃ ১২ ৰাশিক প্ৰভাৱিত কৰে। অযোধ্যাৰ জ্যোতিষী পণ্ডিত কল্কি ৰামে কৈছে যে শনিৰ প্ৰতিটো গতিয়ে সকলো ৰাশিৰ লোকক প্ৰভাৱিত কৰে, সেয়া

কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’, অসমৰ ক’ত ক’ত ঘূৰিব কংগ্ৰেছৰ ন্যায় যাত্ৰা?

কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’, অসমৰ ক’ত ক’ত ঘূৰিব কংগ্ৰেছৰ ন্যায় যাত্ৰা?

‘ভাৰত জোড়ো’ যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। ৰাহুল গান্ধীৰ নেতৃত্বত হ’ব এই যাত্ৰা। অসমৰ ক’ত ক’ত হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’? এই সন্দৰ্ভত প্ৰকাশ কৰিছে ৰুটমেপ। ভাৰত জোড়ো ন্যায় যাত্ৰাত অসমৰ পথ : ১৮ জানুৱাৰী, পুৱা ০৯:০০ বজা ১) আন্তঃৰাজ্যিক সীমান্ত হালোৱাটিঙৰ পৰা আমগুৰিলৈ যাত্ৰা ২)

ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা,আজি ৩ ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনত সুখ থাকিব

ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা,আজি ৩ ৰাশিৰ লোকসকলৰ প্ৰেম জীৱনত সুখ থাকিব

মেষ ৰাশি: আজি আপোনাৰ বাবে সুখৰ দিন হ’ব। অংশীদাৰিত্বৰে ব্যৱসায় কৰা লোকসকলে ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰে, তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ’ব। বিবাহিত জীৱনত চলি থকা সমস্যাৰ পৰা সকাহ পাব, যাৰ ফলত পৰিয়ালৰ সকলো সদস্যও সুখী হ’ব। আজি আপোনাৰ সন্তানে পৰিয়ালৰ সদস্যৰ সৈতে ভালকৈ সময় অতিবাহিত কৰা দেখি আপুনি