Category: Assamese News

এচিকুট হালধিৰ কি কি উপকাৰিতা জানেনে?

এচিকুট হালধিৰ কি কি উপকাৰিতা জানেনে?

আপোনাৰ গা-ধোৱা পানীত মিহলি কৰক এচিকুট হালধি। হালধি পানী আপোনাৰ বাবে অত্যন্ত উপযোগী হ’ব পাৰে। পানীত হালধি মিহলি কৰি গা-ধোলে বৃদ্ধি পায় ছালৰ উজ্জ্বলতা। ছালৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ। আপুনি যদি ছালৰ বিভিন্ন সমস্যাত ভুগিছে তেন্তে আপুনি নিতৌ গা-ধোৱা পানীখিনিত মিহলি কৰি লওঁক এচিকুট হালধি। কাৰণ হালধিৰ

ছাল শুকান আৰু খহটা হৈছে নেকি, তেন্তে কি কৰিব?

ছাল শুকান আৰু খহটা হৈছে নেকি, তেন্তে কি কৰিব?

শীতকালত সাধাৰণতে প্ৰায়ে ছাল শুকান আৰু খহটা হৈ পৰা দেখা যায়। চুলিৰ সমস্যাতো ভোগা দেখা যায় শীতকালত। শুকান ছালৰ সমস্যা ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো দৰকাৰ। কাৰণ পানীয়ে আমাৰ শৰীৰটো হাইড্ৰেড কৰি ৰাখে। লগতে সেউজীয়া শাক-পাচলি, ফলমূল আদি খোৱাটো দৰকাৰ। আপুনি ৰাতি শোৱাৰ আগতে কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ

খালী পেটত চাহ খাব পাৰিনে, চিকিৎসকে কি কয়?

খালী পেটত চাহ খাব পাৰিনে, চিকিৎসকে কি কয়?

দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় বেছিভাগৰে ৰাতিপুৱা উঠি চাহ খোৱাৰ অভ্যাস আছে। তাৰে বহু লোকে খালী পেটত চাহ খায়। শেহতীয়া কিছু অধ্যয়নত কোৱা হৈছে যে অত্যধিক খালী পেটত চাহ খোৱাৰ অভ্যাস শৰীৰৰ বাবে ক্ষতিকাৰক। বিশেষকৈ গ্ৰীষ্মকালত চাহ খোৱাৰ আগতে আপুনি একো গধুৰ নখালেও চাহৰ সৈতে অন্ততঃ এখন বিস্কুট খোৱাটো গুৰুত্বপূৰ্ণ। যেতিয়া

নহৰু লগাতকৈ বেছি খালে হ’ব পাৰে এইকেইটা গুৰুতৰ সমস্যা

নহৰু লগাতকৈ বেছি খালে হ’ব পাৰে এইকেইটা গুৰুতৰ সমস্যা

নহৰুৰ গুণাগুণ সকলোৱে জানে। নহৰুৰ অনেক ঔষধি গুণ আছে যি হৃদৰোগ, কৰ্কট আদিৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে উপযোগী। ৰাতিপুৱা খালি পেটত একোঁহ বা দুকোঁহ নহৰু খালে কাহ চৰ্দি কমাব পাৰে। উচ্চ ৰক্তচাপ থকা সকলেও নহৰু দুকোঁহ নিয়মীয়াকৈ খাব পাৰে। বিশেষজ্ঞৰ মতে নহৰু পুৱাতেই যে খাব লাগিব তেনে নহয়,

গুড় খালে দূৰ হয় কি কি ৰোগ?

গুড় খালে দূৰ হয় কি কি ৰোগ?

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। বহুলোকে খাদ্যসামগ্ৰী হিচাপে গুড় ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ জা-জলপাণ, পিঠা-পনাত গুৰ ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে গ্ৰামাঞ্চলৰ লোক সকলে বেছিকৈ গুড় ব্যৱহাৰ কৰে যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ব্যৱহাৰ কৰে। গুড়ৰ গুণাগুণৰ বিষয় আপুনি জানেনে