ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জন। পিটিকা, ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা। বইল কৰিও বহুতে খায়। ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয়। অসমৰ বজাৰত সহজে
Category: Assamese News
বছৰৰ সকলো সময়তে আমলখি হৈছে এবিধ উপকাৰী ফল। সমান্তৰালভাৱে বিশেষজ্ঞসকলে কিছু লোকক আমলখি খোৱাৰ পৰা বিৰত থাকিবলৈও উপদেশ দিয়ে। আমলখিয়ে ছাল আৰু চুলিৰ পৰা হজমলৈকে সকলোবোৰৰ প্ৰতি মনোযোগ দিয়ে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। আমলখিয়ে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গতিকে পুষ্টিবিদসকলে নিয়মীয়াকৈ এই ফলটো খাবলৈ
শীতকালত সকলোৰে এবিধ প্ৰিয় খাদ্য হৈছে বেঙেনা। বিশেষকৈ বেঙেনাৰ ফ্ৰাইৰ দৰে ব্যঞ্জনে মুখলৈ পানী আনে। আনহাতে অসমত বেঙেনা পিটিকা অলপ ভাতৰ কাষত হ’লে পৰম তৃপ্তিদায়ক ভোজন সমাপন কৰে সকলোৱে। তেনেক্ষেত্ৰত আমি বেঙনাৰ উপকাৰিতাৰ লগতে কিছু কিছু বিষয়ত ইয়াৰ অপকাৰিতাৰ বিষয়ে জনাটোও প্ৰয়োজন। কেতিয়াবা বেঙেনা খোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
আমাৰ শৰীৰটো এটা জটিল যন্ত্ৰৰ দৰে। শৰীৰৰ কিছুমান অংগৰ কাম ইমান গুৰুত্বপূৰ্ণ যে যদি তেওঁলোকে কাম কৰা বন্ধ কৰে, এজন মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া শৰীৰৰ এই গুৰুত্বপূৰ্ণ প্ৰণালীবোৰ অচল হয়, সেই অংগবোৰ জীয়াই ৰাখিবলৈ বিশেষ চিকিৎসা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়, যাক সাধাৰণতে জীৱন সহায়ক প্ৰণালী বা লাইফ ছাপৰ্ট বুলি
কাঠবাদামৰ উপকাৰিতা বহুতো আছে। কাঠ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে। যৌৱন ধৰি ৰখাত সহায় কৰে কাঠ বাদামে। কাঠবাদাম ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এবাটি পানীত ৰাতিটো তিয়াই ৰাখিলে ওপৰৰ মুগা বাকলি অতি সহজে গুচাব পাৰি। আপুনি এসপ্তাহৰ বাবে এই বাকলি গুচোৱা বাদাম খাব পাৰে। অৱশ্যে বাকলিৰ সৈতে খোৱা কাঠবাদাম