এখন বিলাসী হোটেলত এগৰাকী মডেলক হত্যা! যোৱা ২ জানুৱাৰীত হোটেলৰ কোঠাতে ২৭ বছৰীয়া মডেল দিব্যা পাহোজাক হত্যা। কেৱল হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল হত্যাকাৰী। হত্যাকাৰীয়ে দুই সহযোগীক দিছিল মৃতদেহ পেলাই
Category: Assamese News
এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁৱত। বাঘৰ সন্ত্ৰাসৰ বাবেই নগাঁও জিলা আয়ুক্তই জাৰি কৰিছে ১৪৪ ধাৰা। নগাঁও সদৰ বনাঞ্চলিক বিষয়াৰ এলেকানাধীন অঞ্চলত জাৰি ১৪৪ ধাৰা।
পিঁয়াজক বিভিন্ন ৰোগৰ প্রতিৰোধক হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ কেন্সাৰ ৰোগৰ প্রতিষেধক। ই হৃদযন্ত্ৰ শক্তিশালী কৰে। তাৰোপৰি পিঁয়াজে ৰক্তহীনতা দূৰ কৰাত অনবদ্য ভূমিকা গ্ৰহণ কৰে । ইয়াৰ উপৰিও পিঁয়াজৰ আছে
ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জন। পিটিকা, ভাজি বা তৰকাৰী
বছৰৰ সকলো সময়তে আমলখি হৈছে এবিধ উপকাৰী ফল। সমান্তৰালভাৱে বিশেষজ্ঞসকলে কিছু লোকক আমলখি খোৱাৰ পৰা বিৰত থাকিবলৈও উপদেশ দিয়ে। আমলখিয়ে ছাল আৰু চুলিৰ পৰা হজমলৈকে সকলোবোৰৰ প্ৰতি মনোযোগ দিয়ে। ইয়াত