আজিৰে পৰা গুৱাহাটীৰ ৰাজপথত চলিব গ্ৰীন বাছ। মহানগৰীত চলিব ২০০খন গ্ৰীন বাছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই বাছ সেৱা। এই বাছসমূহ হ’ব সম্পূৰ্ণ বৈদ্যুতিক ৷ এতিয়া সেউজীয়া ৰঙৰ ইলেকট্ৰিক বাছত উঠি যাতায়াত কৰিব পাৰিব আপুনি। পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব বৰ্তমান চলি থকা ডিজেল বাছসমূহ। বৰ্তমান সময়ত গুৱাহাটী
Category: Assamese News
আজিৰে পৰা আৰম্ভ হ’ল নতুন বছৰ ২০২৪। যিকোনো নতুনৰ আৰম্ভণিৰ ক্ষেত্ৰত বিশেষ কিছুমান ৰীতি-নীতি পালন কৰিলে সেই সূচনাক শুভ কৰি তোলা হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষী দীপক প্ৰসাদ পাণ্ডেই, এই দিনটোত দেৱাদিদেৱ মহাদেৱসৰ পূজা কৰি আৰম্ভ কৰিলে নতুন বছৰটো ভালদৰে পাৰ হ’ব। ইয়াৰ উপৰি এই দিনটোত ৰাশি অনুসৰি ধানু,
গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ ডাম্পাৰৰ খুন্দাত নিহত সাংবাদিক পাৰ্থজ্যোতি দাসৰ পৰিয়ালক উচিত ক্ষতিপূৰণ-চৰকাৰী চাকৰি প্ৰদানৰ দাবী! সুৰাৰ গোন্ধ শুঙি ফূৰা পৰিবহন বিভাগৰ বিয়াগোম বিষয়া ডাম্পাৰৰ চালকক নাকী লগোৱাত ব্যৰ্থ কিয়? – হেমন্ত শৰ্মা গুৱাহাটী, ৩১ ডিচেম্বৰঃ শনিবাৰে মহানগৰীৰ আজাৰাৰ ধাৰাপুৰত সংঘটিত এক দুৰ্ঘটনাত নিহত সাংবাদিক পাৰ্থজ্যোতি দাসৰ পৰিয়ালক
পণ্ডিত বালামুকুন্দ ব্যাসৰ মতে নতুন বছৰত খুলিব সৌভাগ্যৰ দুৱাৰ, বিৰল গজলক্ষ্মী ৰাজযোগৰ সংযোগত এই ৪ ৰাশি হ’ব সমৃদ্ধিশালী… ২০২৩ চন শেষ হ’বলৈ আৰু বেছি সময় বাকী নাই। কেইটামান ঘণ্টাৰ পিছতে নৱবৰ্ষ সোমাব। জ্যোতিষীসকলৰ মতে এই নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই গজলক্ষ্মী ৰাজযোগৰ এক শুভ সংযোগ হ’বলৈ গৈ আছে। নতুন বছৰ
বছৰৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ দিনটোত মেঘ, বৃষ, মিথুন, কৰ্কট আৰু সিংহ ৰাশিৰ লোকসকলে যদি অলপ প্ৰতিকাৰ কৰে তেন্তে আগন্তুক বৰ্ষটো আপোনাৰ বাবে সৰ্বাংগীন সুন্দৰ হ’ব। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা। কেইটামান ঘণ্টাৰ পিছতে বিদায় মাগিব ২০২৩ বৰ্ষ। ন উদ্যমেৰে নৱবৰ্ষক আদৰিবলৈ প্ৰতিগৰাকী লোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে।