চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ অঞ্চলৰ চিমেন বালি গাঁৱত এগৰাকী বিবাহিতা মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে চিলাপথাৰ চিমেন বালি গাঁৱৰ ধনঞ্জয় টাইডৰ পত্নী বুলবুলি টাইডে 13 ডিচেম্বৰৰ পুৱা 3 বছৰীয়া কন্যা সন্তানক লৈ বেংকলৈ বুলি ওলাই যোৱাৰ পিছত আজি পৰ্যন্ত মহিলাগৰাকী সন্ধানহীন
Category: Assamese News
মহাদেৱে সৃষ্টিৰ সঞ্চালনৰ বাবে-অৰ্ধনাৰীশ্বৰ ৰূপ লৈছিল।ইয়াৰ দ্বাৰা এয়া স্পষ্ট হৈ যে-স্ত্ৰী আৰু পুৰুষ দুয়ো-এজনে আনজনৰে পূৰ্ণ হয় আৰু এজনে-আনজনৰ অবিহনে অসম্পূৰ্ণ হয়।এয়াই সৃষ্টিৰ নিয়ম। ত্ৰিদেৱত শিৱ এক হয়।ব্ৰহ্মাদেৱক সৃষ্টিৰ ৰচিয়তা মনা হয়,বিষ্ণুক পালক আৰু মহাদেৱক সংহাৰক মনা হয়।শ্ৰী বিষ্ণুক হৰি আৰু মহাদেৱক হৰ কোৱা হয়।ভক্তসকলে দুয়োৰে নাম- হৰি-হৰ একেলগে কয়।আৰু
*গো-মাতাৰ গাখীৰ অমৃত হয়। *গো-মাতা ধৰ্মৰে স্নান কৰা হয়।গো-মাতাৰ অবিহনে-ধৰ্মৰ কল্পনা কৰা নহয়। *গো-মাতা জগত জননী হয়। *গো-মাতা পৃথিৱীৰ ৰূপ হয়। *গো-মাতা সৰ্ব-দেৱোময়ী, সৰ্ব-বেদময়ী হয়। গো-মাতাৰ অবিহনে-দেৱৌ-বেদৰ পূজা অসম্পূৰ্ণ হয়। *এজনী গো-মাতাক ঘাঁহ খুৱালে তেত্ৰিশ কোটি দেৱতাসকলৰ ভোগ দিয়া হয়। *গো-মাতাৰ দ্বাৰাই মনুষ্যৰ গোত্ৰৰ স্থাপনা হৈছে। *গো-মাতা চৈধ্য ৰত্নৰ ভিতৰত
যাগ-যজ্ঞ কৰ্মাদি যি কৰা হয় , বিয়ায়েই হওঁক বা ঘৰ লোৱা হওঁক , শিৱ পূজায়েই হওঁক বা আন বিধিতেই হওঁক এটা মন্ত্ৰ সদায় শুনিবলৈ পোৱা যায় — ওঁম স্বস্তি নো ইন্দ্রো বৃদ্ধশ্রবাঃ। স্বস্তি নঃ পূষা বিশ্ববেদাঃ। স্বস্তি নঃ তাৰ্ক্ষ্যো অৰিষ্টনেমিঃ। স্বস্তি নো বৃহস্পতির্দধাতু ওঁম শান্তিঃ ! ওঁম শান্তিঃ ! ওঁম
*হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ।কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে।কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব। ১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা”।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।