বেছিভাগ ৰন্ধনত অতি প্ৰয়োজনীয় উপাদান হৈছে পিঁয়াজ। বজাৰত বগা-ৰঙা-গুলপীয়া ৰঙৰ পিয়াঁজ দেখিবলৈ পোৱা যায়। এই পিঁয়াজ ব্যৱহাৰ কৰি বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা হয়। এতিয়া জানো আহক পিঁয়াজৰ উপকাৰিতা বিষয়ে পিয়াঁজৰ কিছু উপকাৰিতা ★কেঁচা পিঁয়াজ নিয়মীয়াকৈ খালে বহুমূত্ৰ ৰোগ নাশ হয় । ★ এটা পিঁয়াজৰ লগত যদি সম পৰিমাণৰ মৌৰস মিহলাই
Category: Assamese News
প্ৰকৃতিৰ বুকুলৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই অনে শৰৎ ঋতুয়ে। শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস। শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ। শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগুণো অতি উচ্চ। কেৱল শেৱালি ফুলৰেই নহয় ইয়াৰ পাতৰো
‘ব্যায়াম’-এক সৰ্বপৰিচিত শব্দ। ব্যায়াম বুলি ক’লে শৰীৰটোক সুস্থ ৰাখিবলৈ কৰা ক্ৰিয়া বা শাৰীৰিক সক্ৰিয়তাক বুজা যায়। এই সক্ৰিয়তা কিমান তীব্ৰ হ’ব লাগে আৰু কিমান নিয়মীয়াকৈ হ’ব লাগে সেয়া নিৰ্ভৰ কৰিব আপোনাৰ উদ্দেশ্যৰ ওপৰত। উদ্দেশ্য যেনে- ওজন কম কৰা, শৰীৰৰ সুন্দৰ গঠন বজাই ৰখা, ৰোগ নিৰাময়ৰ চেষ্টা, মানসিক শান্তি পাবলৈ বা
সু প্ৰভাত । প্ৰতিদিনে ৰাতিপুৱা শুই উঠি আমি সকলোৱে কুহুমীয়া গৰম পানী খাব লাগে। বৰ্তমান সময়ত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সকলোৱে বিচাৰে। সৰুৰে পৰা আমি শুনি আহিছো যে কুহুমীয়া গৰম পানী খোৱা কথা । ৰাতিপুৱা শুই উঠি গৰম পানী খালে আমাৰ শৰীৰটো সুস্থ থাকে বুলি আমি প্ৰত্যেকেই জানো । খালী
মই চুমুমণি ভৰালীবয়স- ২৫ বছৰজিলা- শিৱসাগৰ।গাঁও- কৃষ্ণছিগামই অতি দুখৰে জনাওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছত , 2022 চনত প্ৰথম অৱস্থাত মোৰ শৰীৰৰত তেজৰ অভাৱে দেখা দিয়ে আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কাৰণে যাওঁ আৰু ডাক্তৰ এ সকলো খিনি চাই blood ৰ অভাৱ বুলি জনাই আৰু