পুনৰ মহানগৰীত পানীৰ পাইপ বিস্ফোৰণ। বিস্ফোৰণত আহত এগৰাকী যুৱতীসহ দুই যুৱক। আহত যুৱতীগৰাকীক জি এম চি এইছলৈ প্ৰেৰণ। ঘটনাত ক্ষতিসাধন হৈছে এখন চুইফ্ট, এখন অটোৰ সৈতে আন এখন বাহন। আহত যুৱক দুজন ক্ৰমে ৰাজু কলিতা, দেৱজিত শৰ্মা। আহত যুৱতীগৰাকী ৰীণা টাইড। এই ঘটনা বৰবাৰীৰ মেগজিনৰ ৰাজপথত সংঘটিত হৈছে। ক্ষতিগ্ৰস্ত চুইফ্ট
Category: Assamese News
ইংৰাজী নৱবৰ্ষলৈ মাজত মাথোঁ কেইটামান দিন। কিছুদিন পিছতে মেলানি মাগিব ২০২৩ বৰ্ষই। নৱবৰ্ষৰ আদৰাৰ নামত মহানগৰীৰ একাংশ বাৰ, ৰেস্তোৰা, ডিস্কো, হোটেলত চলিব ৰঙীন পাৰ্টী। নৱবৰ্ষৰ আদৰাৰ নামত একাংশই নগ্নতা আৰু অশ্লীলতাৰ আশ্ৰয় লোৱাৰো অভিযোগ বিগত সময়ত দেখা গৈছে। মহানগৰীৰ হোটেল, বেষ্টুৰেণ্ট, বাৰ, ডিস্কোত যাতে কোনো কাৰণতে অশ্লীলতাৰ প্ৰয়োভৰ নঘটে, তাৰ
মাজুলীত মোহন ভাগৱতক সাক্ষাৎ আই পি এছ আনন্দ মিশ্ৰৰ। উত্তৰ কমলাবাৰী সত্ৰত মোহন ভাগৱতেৰে সাক্ষাৎ আনন্দ মিশ্ৰৰ। সাংবাদিকৰ প্ৰশ্নত আনন্দ মিশ্ৰই কেৱল নমস্কাৰ জনোৱা বুলি উল্লেখ কৰে যদিও অৱসৰৰ আবেদনৰ পিছতে এই সাক্ষাতে বিশেষ তাৎপৰ্য বহন কৰিছে। সাংবাদিকৰ আগত আনন্দ মিশ্ৰই কয়, ‘‘ডাঙৰ মানুহ সন্মুখত দেখিলে নমস্কাৰ দিওঁ, সিমানেই, আন
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি অৰ্থনৈতিক অগ্ৰগতি লাভ হ’ব পাৰে। সামাজিক ক্ষেত্ৰত মানহানিৰ বাবে সন্মান হেৰুৱাব পৰা বা কোনো সৰু বিষয়ক লৈ হুলস্থুলৰ সৃষ্টি হোৱাৰ আশংকা আছে। ব্যৱসায়ৰ পৰা পূৰ্বনিৰ্ধাৰিত আয় পাব। ৰিস্কি কাম, শ্বেয়াৰ, লটাৰী আদিৰ পৰা হঠাৎ লাভৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে সমৃদ্ধিশালী হ’লেও ব্যৱসায়ী শ্ৰেণীটো অসন্তুষ্ট হৈ থাকিব।
খিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (IPS Anand Mishra) ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰ বিচাৰি অসমৰ ডিজিপিৰ জৰিয়তে মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণৰ বিষয়টোৱে সৰ্বস্তৰত চৰ্চা লাভ কৰিছে। বুধবাৰে সপৰিয়ালে মাজুলীত উপস্থিত হৈ দক্ষিণপাট সত্ৰত সেৱা লৈ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰি সংবাদ মাধ্যমৰ আগত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অব্যাহতি বিচৰা বিষয়ক