জুৰীয়াত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা আন এক নিকৃষ্ট কাণ্ড। জুৰীয়াৰ সংবাদদাতা তামিজুদ্দিনে প্ৰেৰণ কৰা খবৰ অনুসৰি, ভিনিয়েকৰ ঘৰলৈ ফুৰিবলৈ অহা এগৰাকী মহিলাক বলপূৰ্বকভাৱে সম্ভোগ কৰে মহম্মদ আলী নামৰ পাষণ্ড এটাই। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট মহম্মদ আলীয়ে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। প্ৰাপ্ত খবৰ অনুসৰি, মহম্মদ আলীয়ে
Category: Assamese News
অসমৰ পাঞ্জাবাৰীত থকা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত যোৱা ১১ নৱেম্বৰত বহু প্ৰত্যাশিত প্ৰতিযোগিতা শ্ৰী মতী দিভা নৰ্থ – ইষ্ট ২০২৪ ৰ চুড়ান্ত প্ৰতিযোগিতাৰ শিখৰত উপনীত হয় । পাৰিজাত প্ৰদাকচন আৰু গ্ৰেণ্ড ইভেণ্টছৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ মহিলাসকলৰ বৈচিত্ৰময় প্ৰতিভা আৰু সৌন্দৰ্য প্ৰদৰ্শন কৰা হয় । মেঘালয়ৰ গ্ৰেট
পোহৰলৈ আহিছে ৰাজ্যৰ আন এক ট্ৰেডিং কেলেংকাৰি এইবাৰ AD ষ্টকছে লুটিলে লাখে লাখে টকা। ৩ মাহত ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে কোটি কোটি লুণ্ঠন কৰি পলাল এগৰাকী যুৱতী। কেইবাশ কোটি টকা লুটি পলাল আল্পনা দাস। হেঙেৰাবাৰীত কাৰ্যালয় খুলি সংগ্ৰহ কৰিছিল ধন। ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ চাঞ্চল্যৰ এতিয়া মাৰ যোৱা নাই। এতিয়াৰ
ইৰাক চৰকাৰে দেশখনত কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স নবছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। চৰমপন্থী শিয়া সমর্থিত দলৰ হেঁচাত ইৰাকৰ চৰকাৰে ব্যক্তিগত আইনৰ একাধিক সংশোধনৰ উদ্যোগ গ্রহণ কৰিছে। এনে সংশোধনী প্রস্তাৱ ইতিমধ্যে দেশখনৰ সংসদত দাখিল কৰা হৈছে। অন্যান্য সংশোধনৰ প্ৰস্তাৱৰ লগতে কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স হ্ৰাসৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে।
আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো সুখৰ হ’ব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। চাওক আজিৰ ৰাশিফল। মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আপুনি আপোনাৰ কামত