আমি আটায়ে জানো যে, পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIV-কে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক| সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে| তদুপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিস্ফোৰণ, গুলীয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে| যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্ত ভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহ বোৰৰ
Category: Assamese News
ছালৰ বাবেও নাৰিকল তেল অতি উপকাৰী। শীতকালত মুখত নাৰিকল তেল প্ৰয়োগ কৰিলে ছালৰ বহু সমস্যা দূৰ হয়। আজি আমি আপোনালোকক ক’ম মুখত নাৰিকল তেল লগালে কি কি উপকাৰ হয়। শীতকালত ছাল শুকান হৈ পৰে। ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। শীতকালত মুখত নাৰিকল তেল লগালে ছালৰ বহু সমস্যা দূৰ হয়।মুখত নাৰিকল
ৰাজ্য জোকাৰি যোৱা APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা বিতৰ্কিত APS বিষয়া ৰুমীৰ তিমুংপীৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে। বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা APSCৰ ৰাজপত্ৰিত বিষয়াৰ বাব ক্ৰয় কৰিছিল APS ৰুমীৰ তিমুংপীয়ে। আনকি, ২০১৩ বৰ্ষৰ APSCৰ মূল পৰীক্ষাতে উত্তীৰ্ণ হোৱা নাছিল তথাকথিত APS ৰুমীৰ তিমুংপী। উল্লেখযোগ্য যে, ২০১৩ বৰ্ষৰ পৰীক্ষাত
উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ বাবে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ দুগৰাকী মুছলমান ভাস্কৰ্য শিল্পীয়ে ভগৱান ৰামৰ মূৰ্তি তৈয়াৰ কৰিছে। মহম্মদ জামালুদ্দিন আৰু তেওঁৰ পুত্ৰ বিট্টুৱে মন্দিৰ প্ৰাংগনৰ শোভা বঢ়াবলৈ ভগৱান ৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত নিয়োজিত হৈছে। পিতৃ-পুত্ৰৰ যুটিটোৰ কাম প্ৰথমে অনলাইনত দেখা গৈছিল, ইয়াৰ পিছত তেওঁলোকে অযোধ্যাৰ পৰা ভগৱান
সংসদ ভৱন কাণ্ডক (Parliament Attack) লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) প্ৰথম প্ৰতিক্ৰিয়া। ঘটনাত ৰাজনীতিকৰণ নকৰিবলৈ বিৰোধীক আহ্বান প্ৰধানমন্ত্ৰীৰ মোদীৰ। সংসদ ভৱন কাণ্ড ৰাজনীতিৰ ঊৰ্ধ্বত বুলি মন্তব্য কৰি ইয়াক গুৰুতৰ ঘটনা আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে। এক ৰাষ্ট্ৰীয় সংবাদ পত্ৰত দিয়া সাক্ষাৎকাৰত সংসদ ভৱন কাণ্ডৰ বিতং তথ্য উদঘাটন কৰিব লাগিব বুলি মন্তব্য