ধিঙ, সুৰুজ আলী: মৃত্যু হোৱা মহিলা গৰাকীৰ নাম জাংফালি মহেলা।ঘৰ ধিঙৰ চহৰীয়া গাঁৱত । লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে ধিঙৰ সোনাৰী গাওঁ,চহৰীয়া গাঁও আৰু ছালনাবড়ি গাঁৱত চলাই উপদ্ৰৱ। ধিঙৰ সোনাৰী গাঁৱৰ পথাৰত পকা ধানৰ খেতি নষ্ট কৰাৰ লগতে ধিঙৰ চালনাবড়িত ইক্ৰামুল হুছেইন নামৰ এজন লোকৰ
Category: Assamese News
মুকালমুৱাৰ বামুণবড়ীত আমন্ত্ৰণমূলক নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত চামতাৰ এজে এলেভেন দলে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। বামুনবড়ী মূলাঘাটা মিলন সংঘৰ উদ্যোগত বামুনবড়ী খেলপথাৰত অনুষ্ঠিত হোৱা নৈশ ফুটবল প্ৰতিযোগিতাখনৰ কালি অনুষ্ঠিত হোৱা চুৰান্ত খেলখনত এজে এলেভেন দলে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে
এগৰাকী কন্যাৰ বাবে তেওঁৰ পিতৃ এজন মহান লোক হয়, যিয়ে পৃথিৱীৰ সকলো বেয়া দিশৰ পৰা নিজ কন্যাক আঁতৰত ৰাখে। অতি পবিত্ৰ এই পিতৃ-কন্যাৰ সম্পৰ্ক। কোৱা হয়, পিতৃ- মাতৃয়ে নিজ সন্তানৰ সুখৰ বাবে সকলো কামেই কৰিব পাৰে। কিন্তু এনে পবিত্ৰ সম্পৰ্কত কালিমা সানিলে এজন পাষাণ পিতৃয়ে। নিকৃষ্টতাৰ সকলো সীমা পাৰ কৰি
চৰকাৰী কাৰ্যালয় আৰু কাৰ্যালয় চৌহদত কাম কৰা কৰ্মচাৰীসকলৰ বাবে ধপাত সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰ্ণাটক চৰকাৰৰ। কাৰ্যালয়ত চিগাৰেট আৰু যিকোনো ধৰণৰ ধপাত সেৱনৰ পৰা বিৰত থাকিব লাগিব চৰকাৰী কৰ্মচাৰীসকলে। এই আদেশ উলংঘনৰ ক্ষেত্ৰত সতৰ্কবাণীও প্ৰদান কৰা হৈছে। আদেশ উলংঘন কৰিলে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা। কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগে
গহপুৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পাষাণ পিতৃৰ হাতত প্ৰাণ গ’ল ৭ বছৰীয়া পুত্ৰৰ। শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা নিজ পুত্ৰক। তাৰ পাছত নিজেও ল’লে চৰমপন্থা। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীত। নিজৰ ৭ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰিলে জন্মদাতা পিতৃয়ে। জানিব পৰা মতে সোলেঙীস্থিত এপল’