বৈদিক শাস্ত্ৰ মতে মালব্য ৰাজযোগ অতি শুভ। যিজন ব্যক্তিৰ কোষ্ঠীত মালব্য ৰাজযোগ থাকে তেওঁ অতি সুখী হয় ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল ৫০ বছৰৰ পাছত এনে বিৰল ৰাজযোগ নিৰ্মাণ হ’বলৈ গৈ আছে। ফলত জাতক-জাতিকাসকলৰ জীৱনত এক বৃহৎ প্ৰভাৱ পৰিবলৈ গৈ আছে। নতুন বছৰত মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ ৷ মকৰ ৰাশিৰ
Category: Assamese News
কুঁৱলীৰ বাবে ব্যাঘাত ফেৰীসেৱাত শীতকালী দৈনিক আহুকালৰ সন্মুখীন যাত্ৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নাই কোনো পৰিকল্পনা বতৰৰ ভৰষাতেই চলি আছে ফেৰীসেৱা
উত্তৰ পূৰ্বাঞ্চলত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ সোমবাৰৰ পৰা উত্তৰ-পূৱৰ ৭ টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহন সেৱা অনিদিষ্টকাললৈ বন্ধৰ ঘোষণা কৰা হৈছে। উত্তৰ-পূৱ পেকড এল পি জি ট্ৰেন্সপৰ্টাৰ এছোচিয়েচনে (The North East Packed LPG Transporter Association) অৰ্থাৎ NEPLTAই কেইবাদফীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে। এই দাবীত IOCL কৰ্তৃপক্ষই থলুৱাক প্ৰৱঞ্চনা
একেলগে চাহ খাই থকাৰ মাজতে গুলীচালনা। ধাৰাষাৰ গুলীবৰ্ষণত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বীৰ মৃত্যু। ফেচবুক পোষ্ট যোগে কুখ্যাত গোল্ডী ব্ৰাৰ গেঙে স্বীকাৰ কৰিলে সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ দায়িত্ব। মঙলবাৰে ভৰ দুপৰীয়া ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেড়ীক লগ ধৰিবলৈ আহিছিল ৩ জন যুৱক। অহাৰ কাৰণ জনাৰ পাছত ৩ যুৱকক
ক্ষীপ্ৰগতিত চলিছে দিছপুৰ ৰাজহ চক্ৰৰ ভূমি নথি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া। দালাল, অধিবক্তা, ডি চি অফিচ, উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ একাংশ খকোৱা চৰকাৰী কৰ্মচাৰী এতিয়া আলহী হৈছে ক্ৰাইম ব্ৰাঞ্চৰ। মাটিৰ দালাল চক্ৰৰে জড়িত থকাৰ অভিযোগত মঙলবাৰে পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে চাইবাৰ চেলে। কনিষ্ঠ সহায়কৰূপে কৰ্মৰত জুৰি