ধিং পৌৰ সভাৰ উদ্যোগত আৰু ধিং বজাৰ ব্যৱসায় সমিতিৰ সহযোগত ধিং বজাৰৰ মাজ মজিয়াত এখন স্বচ্চতা ওপৰত সজাগতা সভা অনুষ্ঠিত হয় ।সভাত ধিং পৌৰ সভাৰ কাৰ্যবাহী বিষয়া চোনচিতা লাংথাচা উপস্হিত থাকি কয় যে ধিং এখন উন্নত ঠাই আৰু ই ব্যৱসায় স্হলী গতিকে বজাৰ খন পৰিস্কাৰ পৰিছন্নকৈ অতি প্রয়োজন লগত সভাত
Category: Assamese News
বুলড’জাৰৰ বিৰুদ্ধে পুনৰ এবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। চৰকাৰৰ বুলড’জাৰ এক্সনক লৈ ক্ষুব্ধ হৈ উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্ত লোকসকলক ২৫ লাখকৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ, য’ত পথ বহল কৰা প্ৰকল্পৰ বাবে বুলডজাৰ ব্যৱহাৰ কৰি ঘৰ ভাঙি পেলোৱা হৈছিল। এই গোচৰত স্বতঃস্ফূৰ্তভাৱে উচ্চতম
আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে আটাছু ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷ বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিস্থ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আটাছুৰ নেতৃবৰ্গ ৷ দীৰ্ঘদিন
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটব প্রার্থী দিপ্তীময়ী চৌধুৰী আৰু চিদলী সমষ্টিত মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমর্থনত আয়োজিত এই জনসভালৈ ব্যাপক উপস্থিতিৰে জনসাধাৰণে
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে দেশ জোকাঁৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাত কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিক যোৱা বুধবাৰে জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি