Category: Assamese News

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু

গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ। পৃথকে পৃথকে দুটা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। কৃষ্ণাইৰ আৰিমাৰাত বাইক আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মৃত্যু হয় বগুৱানৰ কুলদীপ নাথ নামৰ এজন যুৱকৰ। আনহাতে, ৰংজুলিতো আন এক দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা  মাৰে

ধিক মানৱীয়তা! খুলশালীৰে প্ৰেম ফাদিল হোৱাৰ ভয়! ৪ বন্ধুৰে মিলি সৰ্বনাশ কৰিলে ভনীয়েকৰ

ধিক মানৱীয়তা! খুলশালীৰে প্ৰেম ফাদিল হোৱাৰ ভয়! ৪ বন্ধুৰে মিলি সৰ্বনাশ কৰিলে ভনীয়েকৰ

ধিক মানৱীয়তা! কিমান নিষ্ঠুৰ আৰু পাষণ্ড হ’ব পাৰে মানুহ! এজন যুৱকে সহোদৰ ভগ্নীৰ সৈতে সংঘটিত কৰিছে এক জঘন্য ঘটনা! যুৱকজনে ৪ জন বন্ধুৰ সৈতে মিলি নিজৰ ২৫ বছৰীয়া ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য কাণ্ডটো যোৱা ৩ নৱেম্বৰতে সংঘটিত হৈছিল যদিও আৰক্ষীয়ে এক দীঘলীয়া

আজি আৰ্থিক সমস্যা হ’ব দূৰ, সিদ্ধান্ত লওতে শুনক মনৰ কথা, ৫ ডিচেম্বৰৰ ৰাশিফল

আজি আৰ্থিক সমস্যা হ’ব দূৰ, সিদ্ধান্ত লওতে শুনক মনৰ কথা, ৫ ডিচেম্বৰৰ ৰাশিফল

মেষ ৰাশি : শ্ৰীগণেশে কৈছে, অপ্ৰত্যাশিত খৰচ বাঢ়িব। কিন্তু তাক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। সহজতে সেয়া চম্ভালিব পাৰিব। বিবাদৰ পৰিস্থিতিত মূৰ ঠাণ্ডা কৰি ৰাখিব লাগিব। ৰিস্ক থকা কাম এৰাই চলক। গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত ভাবি-চিন্তি ল’ব লাগিব। ব্যৱসায় ভাল চলিব। ভ্ৰমণো উপযোগী হ’ব। চেষ্টা কৰিলে হেৰুওৱা অৰ্থ পুনৰুদ্ধাৰ কৰিব

গোসাঁইগাঁৱৰ বাবুবিলত বিটিআৰ চৰকাৰৰ অনচাই বিথাংখী আচঁনিৰ চেক বিতৰণ

গোসাঁইগাঁৱৰ বাবুবিলত বিটিআৰ চৰকাৰৰ অনচাই বিথাংখী আচঁনিৰ চেক বিতৰণ

  গোসাঁইগাঁও মহকুমাৰ বাবুবিলত স্থিত বাবুবিল ভিচিডিচিৰ প্ৰেক্ষাগৃহত আজি বিটিআৰ চৰকাৰৰ অনচাই বিথাংখী আচঁনিৰ চেক বিতৰণ কৰা হয়।দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে আন আন লোক সকলক তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত সকাহ দিবলৈ বিটিআৰ চৰকাৰৰ ফালৰ পৰা পাচঁ হেজাৰ টকাকৈ চেক প্ৰদান কৰে।বিধায়ক জিৰন বসুমতাৰী,বিটিআৰৰ কাৰ্য্যবাহী সদস্য উইলছন হাসদাৰ উপস্থিতিত

নতুন বছৰত আপোনাৰ ক্ৰাছক ‘ইম্প্ৰেছ’ কৰিব বিচাৰেনে?- এই ৫ টা কথা মনত ৰাখিব

নতুন বছৰত আপোনাৰ ক্ৰাছক ‘ইম্প্ৰেছ’ কৰিব বিচাৰেনে?- এই ৫ টা কথা মনত ৰাখিব

ক্ৰাছক আকৰ্ষণ কৰিবলৈ আমি কি নকৰো। তেওঁলোকক সুখী কৰিবলৈ আমি এটা এটাকৈ পদ্ধতি গ্ৰহণ কৰো। উন্নত শৈলীৰ কথাই হওক বা যোগাযোগ দক্ষতাৰ কথাই হওক, আমি ক্ৰাছৰ লগত কথা পাতি থাকোঁতে সকলো কথাৰ বিশেষ যত্ন লওঁ। কিন্তু বহু সময়ত আমি ইম্প্ৰেছ কৰিবলৈ অভাৰ এক্ট কৰাৰ প্ৰৱণতা ৰাখোঁ, যিয়ে আমাৰ কঠোৰ পৰিশ্ৰমক