চাপৰৰ বিভিন্ন স্থানত কালি পূজাৰ গয়না লৈ একাংশ লোকে চলাই আছিল জুৱাৰ আড্ডা এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ বিভিন্ন স্থানত চলাইছিল অভিযান আৰক্ষী অহাৰ উমান পাই জুৱাৰী সকলে পলাই পত্ৰং দিয়ে উল্লেখ্য যে কালি পূজাৰ গয়না লৈ বিভিন্ন
Category: Assamese News
২৪ ঘণ্টা নহওঁতেই চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন আৰক্ষী অহাৰ উমান পাই চাপৰৰ ধীৰঘাটত বাইক থৈ পলায়ন কৰে চোৰে উল্লেখ্য যে চাপৰ বজাৰৰ মাজমজিয়াৰ পৰা চাপৰৰ বাসিন্দা মতিয়ৰ ৰহমানৰ AS-19-F-4791 নম্বৰৰ গ্লেমাৰ বাইকখন চুৰি হয় তাৰ পিছতে ঘটনা সন্দৰ্ভত ব্যক্তি গৰাকীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এজাহাৰৰ ভিত্তিত
মঙলবাৰে নিশা গুৱাহাটী ক্লাৱত উপস্থিত হৈ নিৰ্মীয়মান উৰণ সেতুৰ কামৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্মীয়মান উৰণ সেতুৰ কাম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘লোক নিৰ্মাণ বিভাগে পূৰ্বৰ পৰাই গছ কটাৰ সিদ্ধান্ত লোৱা নাছিল। গছ উঠাই নি আন এটা ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা ওলাইছে। দীঘলীপুখুৰীৰ গছ কটাও নহয়,
ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া কাব্যশ্রী দিহিঙীয়া আটাইকেইজনকে নিৰ্বাচনী বিষয়া হিচাপে কৰা হৈছিল বদলি বদলি কৰাৰ পিছতো তেওঁলোকে যোগদান কৰা নাছিল কৰ্তব্যত আটাইকেইজনৰ বিৰুদ্ধে বিভাগীয়
আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৭মে’ৰ নিশা ষ্ট্ৰংৰোমত বাকযুদ্ধত লিপ্ত হৈছিল