দীপাৱলীৰ নিশা পোহৰেৰে আলোকিত হৈ পৰিছিল সমগ্ৰ দেশ। বি-টাউনৰ চেলিব্ৰিটিসকলেও তেওঁলোকৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে দীপাৱলী উদযাপনৰ ফটো। লগতে সকলোকে জনাইছে পোহৰৰ উৎসৱৰ শুভেচ্ছা। শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হোৱা বহুতো চেলিব্ৰিটিয়ে একেলগে তেওঁলোকৰ প্ৰথম দেৱালী উদযাপন কৰিছে। বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই তেওঁৰ স্বামী ৰাঘৱ চাদ্ধাৰ সৈতে দেৱালী উৎসৱ উদযাপন কৰিছিল। পৰিণীতিক
Category: Assamese News
আজি জামিয়া ইছলামীয়া দাৰুল উলুম, মৈৰাবাৰী মাদ্ৰাছা প্ৰাঙ্গণত আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এখনি ই-ৰিক্সা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান আনফৰ ফাউণ্ডেশ্যনৰ Income Generation Projectৰ অধীনত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ হিতাধীকাৰীসকলৰ মাজত ২০ খন ই-ৰিক্সা বিতৰণ কৰে। অসম ৰাজ্যিক জমিয়ত উলামাৰ উপ সভাপতি মুফতি মতলুবুৰ ৰহমানৰ সভাপতিত্বত
বটদ্ৰৱা আৰক্ষীৰ বৃহৎ সাফল্য নিশা অভিযান চলাই বটদ্ৰৱা নিকটৱৰ্তী চলাপথাৰৰ পৰা আটক কৰে ১০জন জুৱাৰীক। জানিব পৰা মতে:যোৱা ৰাতি বটদ্ৰৱা আৰক্ষী এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ নিকটৱৰ্তী চলাপথাৰৰ পৰা ১০জন জুৱাৰীক জুৱা খেলি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়া বিৰেণ কলিতাৰ নেতৃত্বত চলিছিল এই
মানৱ সেৱাই পৰম ধৰ্ম , এই বাক্যফাকিকে সৰোগত কৰি চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে বিভিন্ন সময়ত বিতৰণ কৰি আহিছে বস্ত্ৰ ৷ এইবাৰো বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাতি বনগাওঁত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড°কিশোৰ হাজৰিকা সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামী হাজৰিকাই ৰাইজৰ মাজত বিতৰণ কৰে কম্বল ৷ তেওঁলোকৰ পুত্ৰ ৰিতম
দুৰ্ঘটনাত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী। মৃত্যু হোৱা কনামিকাৰ বয়স ১৯ বছৰ আৰু দীপিত দে’ৰ নাম ২২ খানাপাৰাত শিহৰণকাৰী দুৰ্ঘটনাত নিহত দুই যুৱক-যুৱতীৰ পৰিচয় উদ্ধাৰ হৈছে। নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী। কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত। নিহত যুৱকজনৰ নাম দীপিত দে’। তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত। নিহত কনামিকাই গুৱাহাটীত কোচিং কৰি আছিল