মহানগৰীৰ হেঙেৰাবাৰীৰ ভাড়াঘৰত দেওবাৰে ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য অব্যাহত আছে। অনুষ্কা শইকীয়াৰ ৰহস্যজনক মৃত্যৰে নাম সাঙোৰ খাইছে প্ৰেমিক ৰাহুলৰ। অনুষ্কাৰ প্ৰেমিক ৰাহুল শইকীয়াক সোধোপাছা কৰি আছে দিছপুৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অনুষ্কা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। অনুষ্কা শইকীয়াৰ মাতৃ আহি উপস্থিত হৈছে হেঙেৰাবাৰীত অনুষ্কা থকা
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৭নবেম্বৰ:–নগাঁও কলেজ (অট’নমাচ)ত অসম চৰকাৰৰ অধীনৰ জনজাতি পৰিক্ৰমা (ভৈয়ামৰ) বিভাগৰ দ্বাৰা অনুমোদিত নৱনিৰ্মিত ছাত্ৰী নিবাসটি ৰবিবাৰে উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উদ্বোধনী ভাষণত পেগুয়ে “জয় বিজ্ঞান জয় অনুসন্ধান” ধ্বনিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত সকলোকে অনুসন্ধিৎসু হ’বলৈ আহ্বান জনায় । তেওঁ লগতে শিক্ষাৰ ক্ষেত্ৰত নগাঁও
শাস্ত্ৰত ধনৰ দেৱী মা লক্ষ্মীক শ্রী হৰি বিষ্ণুৰ অৰ্ধাংগিনী বুলি মনা যায়।পৰিবাৰত সুখ সমৃদ্ধি অটুত থাকিবলৈ সকলো ভক্তই মা লক্ষ্মীক প্ৰসন্ন কৰাৰ ওপায় বিচাৰে।( Religious Studies ) যেতিয়া মা লক্ষ্মী শ্রী হৰি বিষ্ণুৰ লগত থাকে তেতিয়া তেওঁৰ শ্রী চৰণত কিয় সেৱা জনাই থাকে সেয়া আজি আমি জানিম এই লেখাৰ যোগেদি।
ধাৰ্মিক গ্ৰন্থৰ দ্বাৰা এই কথা জনা হয় যে, সনাতন ধৰ্মত সকলো দেৱী দেৱতাৰে বাহনৰ ৰূপত পশু পখীক আছিল। এই বিষয়ে বহু কথা প্ৰচলিত আছে। প্ৰাণী জগতৰ সৃষ্টি কৰাৰ পাচত এদিন সকলো দেৱী দেৱতাই পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহিল। তেতিয়া সকলো পশু পখীয়ে, তেওঁলোকক পৃথিৱীত ঘূৰি ফুৰি বিচৰণ কৰি ভাগৰুৱা অৱস্থাত পালে
চাংসাৰি অথবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ হ’ব ফাঁচীবজাৰৰ হোলছেল মাৰ্কেট।