ক্ৰিকেট খেলপথাৰত বিপক্ষ দলৰ উশাহ বন্ধ কৰি দিয়ে মহম্মদ শ্বামীয়ে। বহু মেচত টিম ইণ্ডিয়াক ৰক্ষা কৰা শ্বামীয়ে এইবাৰ এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে! নৈনিতাল যোৱাৰ পথত টিম ইণ্ডিয়াৰ তাৰকা বলাৰ
Category: Assamese News
ওদালগুৰি জিলাৰ মাজবাটৰ ষষ্ঠ শ্রেণীৰ ছাত্রী কুহিমা চৌধুৰী জটিল ৰোগত আক্রান্ত। অসমৰ মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গয়। মাজবাটৰ কালিবাৰীৰ নিবাসী বিনয় চৌধুৰীৰ ১০ বছৰীয়া কন্যা কুহিমা চৌধুৰীৰ জটিল ৰোগত আক্ৰান্ত হোৱাত
AJP নেতা দুলু আহমেদৰ পদত্যাগ। উপ-সভাপতি পদ ত্যাগ দুলু আহমেদৰ। ধুবুৰী জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰাও পদত্যাগ। দলৰ আন আন দায়িত্বও এৰিলে দুলু আহমেদে। কামৰূপ জিলাত সভাপতিৰ উপস্থিতিক লৈ তৃণমূলত ক্ষোভ।
ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ।বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ।বিজনীত প্ৰায় ডেৰশ বিজেপি-ইউপিপিএলৰ নেতা কৰ্মীৰ বিপিএফত যোগদান। বিজেপিৰ নেতা বিজেন বসমুতাৰী বিপিএফত যোগদান,যোৱা বিটিআৰৰ সুভাইঝাৰ পাৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী আছিল বসমুতাৰীয়ে।
মহানগৰীৰ মাজমজিয়াৰ কাহিলাপাৰাত দিন দুপৰতে এগৰাকী বৃদ্ধাক ৰাজপথৰ ওপৰতে এজন যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদাব্যস্ত ৰাজপথৰ ওপৰত বয়োজ্যেষ্ঠা মহিলা গৰাকীক যুৱকজনে পেলাই লৈ থেকেচি থেকেচি প্ৰহাৰ