মনুষ্যই ভগৱানৰ দ্বাৰা সকলো শিক্ষা পায়।লগতে ভগৱানৰ বাহনেও আমাক বহুতো শিকায়। ১/ দেৱী দূৰ্গাৰ বাহন সিংহ। দেৱী দূৰ্গাই সিংহৰ ওপৰত বহি থাকে। আৰু সকলোৱে জানে যে, সিংহ সকলো জন্তুৰে ৰজা।ৰজাৰ শক্তি তথা দৃঢ়তা থকাৰ বৰ প্ৰয়োজন। সিংহই সদায়ে নিজৰ চিকাৰ নিজে কৰি খায় পচন্দ কৰিছিল।আৰু আমি সকলোৱে জানো যে কিবা
Category: Assamese News
ভগৱানৰ প্ৰতি একান্ত ভকতি থাকিলে স্ত্ৰী জাতিৰ আগতো পৰম তত্ব কথা কব পাৰি |’এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ নামৰ মূলমন্ত্ৰ বাণী প্ৰচাৰ কৰি শংকৰদেৱে হৰি নাম কীৰ্তনৰ ধ্বনিৰে অসমৰ আকাশ বতাহ মুখৰিত কৰিছিল | উচ্চ নীচ প্ৰাচীৰ ভাঙি, জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলোকে একগোট কৰি দুৰ্যোগৰ অমানিশাৰ ঘোৰ আন্ধাৰ আতৰাই
আমি সদায়ে কোনো শুভ কাম আৰম্ভ কৰাৰ পূৰ্বে সৰ্বপ্ৰথম ভগৱান শ্রী গণেশৰ আহ্বান কৰো।প্ৰথমপূজ্য ভগৱান শ্রী গণেশ শুভ ফল দাতা, তেওঁৰ মদক আৰু মিঠা বাণীৰে আৰু হাঁহিৰে নিজৰ ভক্তসকলক মিঠাৰে ভৰাই দিয়ে। এবাৰ তিনিও লোকত ঘটা এক ভয়ংকৰ ঘটনাই ভগৱান শ্রী গণেশক ক্ৰুধিত কৰি দিলে। আৰু তেতিয়া তেওঁ বক্ৰতুন্দ্ৰ অৱতাৰ
১/বীৰ হনুমানৰ প্ৰথম-হনু মুখ= এয়া ৰূপ-শক্ৰৰ পৰা বিজয় পোৱাৰ প্ৰতিক.. ২/দ্বিতীয়তে=প্ৰভূ শ্রী ৰাম.. এই ৰূপে-ভগৱান ৰামৰ শক্তি আৰু আৰ্শীবাদৰ প্ৰতীক.. ৩/তৃতীয়তে=মহাদেৱৰ মুখ.. এই ৰূপে-ভগৱান শিৱৰ আৰ্শীবাদৰ প্ৰতীক।। ৪/চতুৰ্থতে=অগ্নি দেৱ.. এই, ৰূপে-বেমাৰৰ পৰা ৰক্ষা কৰে… ৫/পঞ্চমতে-নাগৰ মুখ.. এই ৰূপে-নাগ ৰু-ভয়ক শেষ কৰে.. ৬/ষষ্ঠতে-গণেশৰ মুখ.. এই, ৰূপে-জ্ঞানৰ প্ৰতিনিধিত্ব কৰে.. ৭/সপ্তমতে-হয়গ্ৰীৱৰ মুখ.. এই,
লিংগ শব্দই সংস্কৃতত চিহ্ন বা প্ৰতীক বুজায় । আনহাতে জননেন্দ্ৰীয়ক কোৱা হয় শিশিন বুলি । শিৱ লিংগ: 1) শিৱলিংগৰ অৰ্থ হ’ল শিৱৰ প্ৰতীক । এটা শব্দই একেটা ভাষা বা বিভিন্ন ভাষাত বেলেগ বেলেগ অৰ্থ বুজাব পাৰে । যেনে — 1) সুত্ৰ – – সুতাঁ , গণিতীয় সুত্ৰ বা লিখন সুত্ৰও