নিউজ ব্যুৰ’,নগাঁও,২১অক্টোবৰ:–এক অভিনৱ চিন্তা আৰু পৰিকল্পনাৰে সোণাইপৰীয়া শাখা কবি সন্মিলন আৰু সংগীত শিল্পী মঞ্চৰ সৌজন্যত তথা সুনীল শইকীয়া সংগীত মহাবিদ্যালয়, নগাঁও ছোৱালী কলেজ,ষ্টাৰলেৱ ডায়েগ্ন’ষ্টিকছৰ সহযোগত ৰবিবাৰে এটি সন্ধিয়া “গজল সন্ধ্যা” আয়োজন কৰা হয়। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ “ৰংগম” প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসমৰ প্ৰখ্যাত গজলকাৰ ক্ৰমে আৰিফুল হক,কন্ঠশিল্পী
Category: Assamese News
ছবি খন মুক্তি পোৱাৰ পাছৰ প্ৰথমটো দেওবাৰে শিৱসাগৰ ভটীয়াপাৰৰ ভাস্কৰজ্যোতি ছবি গৃহত যথেষ্ট সংখ্যক দর্শকে ছবি খন উপভোগ কৰে। এখন জনপ্ৰিয় ছবিত থাকিব লগা সকলো উপাদান সন্নিৱিষ্ট ছবি খনক উপভোগ কৰা প্ৰতিজন দৰ্শকেই ছবি খন ভাল বুলি কবলৈ সমান্যতমো সংকোচ কৰা নাই। সাৱলীল কথন ভঙ্গীৰে সমসাময়িক সময় আৰু জীৱনৰ জটিলতাক
গুৱাহাটী, ১৮ অক্টোবৰঃ অসম সন্মিলিত মঞ্চ চমুকৈ ‘অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত আজি ৫ জনীয়া কমিটি গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, অসম সন্মিলিত মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ গঠন কৰা এই
DNA পৰীক্ষাৰ অন্তত ছিনৱাৰৰ মৃত্যু হোৱা বুলি দাবী IDFৰ৷ উল্লেখ্য যে, ইজৰাইলৰ আক্ৰমণত ৩মাহত ৩জনকৈ হামাছৰ মুৰব্বীৰ মৃত্যু৷ যোৱা আগষ্ট মাহত হামাছৰ মুৰব্বী হিচাবে ঘোষণা কৰা হৈছিল য়াহয়া ছিনৱাৰক৷ ইজৰাইলত চলোৱা সন্ত্ৰাসবাদী আক্ৰ*মণৰ মাষ্টাৰ মাইণ্ড আছিল ছিনৱাৰ৷
ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে। আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ ট্ৰেডিং কেলেংকাৰী গোচৰ সন্দৰ্ভত ইতিমধ্যে ডিব্ৰুগড়লৈ ৰাওনা হৈছে চিবিআইৰ এটা দল। উল্লেখযোগ্য যে, ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চমজি লৈছে চিবিআয়ে। চুমি-বিশাল