Category: Assamese News

আজি হাৰিয়ানাত নতুন চৰকাৰৰ শপত গ্ৰহণ; পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়ব সিং ছৈনীয়ে

আজি হাৰিয়ানাত নতুন চৰকাৰৰ শপত গ্ৰহণ; পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নায়ব সিং ছৈনীয়ে

আজি দিনৰ ১১ বজাত হ’ব শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীসহ ১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।উপস্থিত থাকিব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল। পঞ্চকুলাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব বিজেপিৰ প্ৰায়সকল জ্যেষ্ঠ নেতা।

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান; ১৯৭১চনৰ ২৫ মাৰ্চেই থাকিব অসমৰ ভিত্তিবৰ্ষ

🔵 বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ 🔵 SCৰ ৫ জনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায় 🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায়দান ৪ জন ন্যায়াধীশৰ 🔵 ১৯৭১চনৰ ২৫ মাৰ্চৰ বিপক্ষে ৰায়দান এজন ন্যায়াধীশৰ

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

অসম চুক্তিক মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়, অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন ধাৰ্য কৰিলে উচ্চতম ন্যায়ালয়ে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

🔵 ১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে 🔵 ২০২৫ৰ ১৩ মে’লৈকে দেশৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিব সঞ্জীৱ খান্নাই

নিজ বৃদ্ধা মাতৃৰ সৈতে লজ্জা*জনক কাণ্ড সুৰাসক্ত পুত্ৰৰ

নিজ বৃদ্ধা মাতৃৰ সৈতে লজ্জা*জনক কাণ্ড সুৰাসক্ত পুত্ৰৰ

ইটোৰ পিছত সিটোকৈ ধৰ্ষণ তথা নাৰী নিৰ্যাতনৰ জঘন্য কাণ্ডই লজ্জানত কৰিছে দেশক। এনে ধৰণৰ নৃশংস তথা ঘৃণনীয় ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত কৰিছে তুলিছে। এইবাৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে মানৱতাক ভুলুণ্ঠিত কৰা এনে এক জঘন্য কাণ্ড। নিজ পুত্ৰৰ হাততে ধৰ্ষণৰ হৈছে এগৰাকী বৃদ্ধা মহিলা। মানৱ সমাজক লজ্জানত