শাৰীদয় দুৰ্গোৎসৱ চুবুৰীয়া বাংলাদেশতো সংখ্যলঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলে অতি উলহ মালহৰে পালন কৰি আহিছে। দেশখনৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত এইবাৰো অনুৰূপ ধৰণেই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰখনে দুৰ্গোৎসৱ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। পূজা কমিটীসমূহক সাহায্য আগবঢ়োৱাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। হিন্দু
Category: Assamese News
মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা বিস্ফোৰণৰ সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে বিমানখনক দেশৰ ৰাজধানীলৈ ডাইভাৰ্ট কৰা হয়। দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত
লেকমে’ ফেশ্বন উইক ২০২৪ত উজলিল অসমীয়াৰ পাট-কাপোৰ। অসমৰ শিপিনীৰ হাতৰ পাট কাপোৰে অসমৰ সুদক্ষ ফেশ্বন ডিজাইনাৰৰ হাতত প্ৰাণ পাই উঠিল লেকমে’ ফেশ্বন উইকত ৷ ভাৰতৰ অন্যতম সমাদৃত ফেশ্বন শ্ব’ ‘লেকমে’ ফেশ্বন উইক’ত আকৌ এবাৰ উজলি উঠিল অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ পাটৰ কাপোৰৰ বস্ত্ৰ সম্ভাৰ ৷ আন্তঃৰাষ্ট্ৰীয় বিশাল ফেশ্বনৰ জগতখনত
আলু, পিঁয়াজৰ তলত লুকুৱাই নিছিল সুৰাখিনি… দুৰ্গা পূজা উৎসৱৰ মাজত ৰাজ্যত অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। আজি গুৱাহাটীৰ পৰা চুবুৰীয়া মণিপুৰলৈ অবৈধভাৱে বিলাতী সুৰা সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ হাতত জব্দ হোৱাৰ পাছতে এই কথো প্ৰমাণ হৈছে। উল্লেখ্য যে, আজি গুৱাহাটীৰ পৰা মণিপুৰলৈ মেঘালয়ত প্ৰস্তুত কৰা সুৰা অবৈধভাৱে