নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:–সত্ৰীয়া সংস্কৃতিৰ সাধক,চিন্তাশীল লেখক,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্তৰ সোঁৱৰণত নগাঁও জিলা সত্ৰ মহাসভাই ঘোষণা কৰা “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা” চলিত বৰ্ষত বিশিষ্ট সমাজ সংগঠক,সাংস্কৃতিক কৰ্মী তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ আগবঢ়োৱা হৈছে। ৰবিবাৰে প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্ত দেৱৰ বাৰ্ষিক তিৰোভাৱ তিথিৰ দিনটোতে নগাঁও
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ চমুৱাগাঁৱৰ হাতীচোং-জাজৰি পথত সংঘটিত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ব্যৱসায়ী আহত হৈ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা ব্যৱসায়ীজন হৈছে উৎপল বৰ্মন। প্ৰাপ্ত বাতৰি মতে চমুৱাগাঁও তিনিআলিৰ এখন ষ্টেশ্যনাৰী দোকানৰ স্বত্বাধিকাৰী বৰ্মনে ৰবিবাৰে সন্ধিয়া ব্যৱসায় সামৰি পথৰ কাষেৰে খোজ
উচ্চতম ন্যায়ালয়ে পুনৰ নাকচ কৰিলে দিল্লীৰ উপমুখ্যমন্ত্রী মনীষ ছিছ’দিয়াৰ জামিন আবেদন । যোৱা ১৭ অক্টোবৰত দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত অভিযুক্ত মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।উল্লেখ্য যে দিল্লীৰ সুৰা নীতিত দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উণ্থাপন হৈছিল আপৰ নেতা মনিষয়
🔴মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা🔴সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন🔴দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন 🔴মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু🔴GMCHত মৃত্যু হয় মহিলাগৰাকীৰ🔴সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন🔴চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন
🔴প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান🔴৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ🔴নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ🔴১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী