ইজৰাইলক প্ৰত্যাহ্বান জনাই অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ ডাঙৰ ঘোষণা।গাজাৰ নাগৰিকক সহায়ৰ হাত আগবঢ়াব এলন মাস্কে।গাজাত এলন মাস্কে আগবঢ়াব ইণ্টাৰনেট সেৱা।
Category: Assamese News
কেৰালাত ধাৰাবাহিক বোমা বিস্ফোৰণ। হামাছ নেতাই প্ৰতিবাদী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণৰ এদিন পাছতেই ভয়ংকৰ বিস্ফোৰণ।খ্ৰীষ্টান ধৰ্মীয় এক কাৰ্যসূচীত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
🔴হলীউডৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰীৰ দেহাৱসান🔴৫৪ বছৰ বয়সত লজ এঞ্জেলছৰ নিজ বাসভৱনত মৃত্যু অভিনেতাগৰাকীৰ
🔴হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড🔴ভস্মীভূত কেইবাখনো দোকান🔴জুইত জাহ গ’ল ১ কোটিৰো অধিক টকাৰ সম্পত্তি🔴শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ
🔴নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড🔴দপদপকৈ জ্বলিল পথৰ কাষত ৰখাই থোৱা এখন চিটী বাছ🔴দুৰ্বৃত্তই বাছখনত অগ্নিসংযোগ কৰাৰ সন্দেহ বাছখনৰ চালকৰ🔴ভস্মীভূত চিটী বাছখনৰ নম্বৰ AS 01 JC 5913বিগত প্ৰায় দুমাহ ধৰি সেই স্থানত সদায় ৰখা থৈছিল বাছখন