তেতেলী যাৰ নাম শুনিলেই মুখত পানী আহে। তামোলৰ টেঙা মিঠা সোৱাদ আমি সকলোৱে ভাল পাওঁ। সোৱাদ বঢ়াবলৈ বহুতো ৰেচিপিত তেতেলী ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি তেতেলী খোৱাৰ লাভালাভবোৰ (Tamarind Health Benefits) জানেনে। হয়, তেতেলী খালে শৰীৰক বহুতো লাভালাভ দিব পাৰে। দৰাচলতে, তেতেলীত এণ্টিবেক্টেৰিয়েল, এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-এজমাটিক আদি উপাদান থাকে। কেৱল
Category: Assamese News
চাণক্যৰ নীতি অনুসৰি শত্ৰু দুই প্ৰকাৰৰ থাকে, এটা শত্ৰু হৈছে যাক আমি দেখিব পাৰো, আনটো শত্ৰু হৈছে যাক আমি দেখা নাপাওঁ। শত্ৰু যেনেকুৱাই নহওঁক কিয়, তাৰ উদ্দেশ্য হৈছে কেৱল ক্ষতি কৰা। যিসকল সফলতাৰ পথত আছে তেওঁলোকৰ অধিক শত্ৰু থাকে । এই শত্ৰুসকলে সফলতাৰ প্ৰতিবন্ধক হিচাপে কাম কৰে। যদি আপুনি শত্ৰুক
ভাত খোৱাৰ সম্পৰ্কে ভিন্ন জেন ভিন্ন মত পোষণ কৰা দেখা যায়৷ অনেক লোকে ভাবে যে ভাত খালে শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ কোন সময়ত কিমান ভাত খাব লাগে তাক লৈয়ো বিভিন্ন প্ৰশ্ন উত্থাপন হয়৷ অনেকেই মন্তব্য কৰে যে ৰাতি ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আৰু এই কাৰণেই একাংশ লোকে ৰাতি
পেটৰ বিষ বিভিন্ন কাৰণত হ’ব পাৰে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, এচিডিটি আদিৰ দৰে কাৰণত পেটৰ বিষত আক্ৰান্ত হ’লে ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিও ইয়াৰ পৰা সকাহ পাব পাৰি৷ ⬛মেথি গুটিঃ পেটৰ বিষত আক্ৰান্ত হ’লে মেথিগুটি অলপ ভাজি লৈ সেইখিনি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে খালে উপশম পাব পাৰি৷ কিন্তু মেথিগুটি বেছিকৈ ভাজিব
সচৰাচৰ ওপৰ পেটৰ সোঁফালে প্ৰচণ্ড বিষ, জ্বৰ, বমি হ’লেই আমি সেয়া গল ব্লাডাৰ ষ্টোনৰ লক্ষণ বুলি ধৰি লওঁ। পুৰুষৰ তুলনাত মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। কাৰণ ব্রত-উপবাস বা দীর্ঘক্ষণ ধৰি নোখোৱাকৈ থকাৰ প্ৰৱণতা মহিলাৰেই বেছি। অৱশ্যে সকলো সময়তে যে ষ্টোন হ’লেই এই ধৰণৰ বিষ হ’ব সেয়াও নহয়। কিন্তু সম্ভাৱনা