ৰাতিপুৱাৰ ৰ’দে বহু ৰোগৰ আশংকা হ্ৰাস কৰে।শীতকালত বহু লোকেই ৰ’দ লয় যদিও গ্ৰীষ্মকালত ৰ’দ লোৱাৰ পৰা সকলো বিৰত থাকে।কিন্তু ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? আপুনি যদি দিনটোৰ মাত্ৰ ২০ মিনিট সময় ৰ’দ লয়, ই আপোনাক বহু গুৰুতৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে।ৰ’দ লোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে
Category: Assamese News
এগৰাকী বিদেশী মহিলাৰ হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে প্ৰেয়সীক বিদেশৰ পৰা মাতি আনি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ তিলক নগৰত। অভিযুক্তৰ নাম গুৰপ্ৰীত সিং বুলি জানিব পৰা গৈছে। গুৰপ্ৰীতেয় কয় যে, ডেটিং এপৰ জৰিয়তে তেওঁ এগৰাকী মহিলাক লগ পাইছিল। বন্ধুত্বৰ পাছত তেওঁলোকৰ প্ৰেম
১৭ অক্টোবৰত বিটিআৰৰ অধীনস্থ ৰৌতা সমষ্টিৰ পানবাৰী,বড়িগাঁও দীঘলীপাৰ গাঁওত স্বতঃস্ফূৰ্ত ভাবে প্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উদ্যোগত আৰু উপস্থিতি বিপিএফ দলত যোগদান কৰে ৷ এই অনুষ্ঠানত BSUওদালগুৰি জিলা সমিতিৰ সভাপতি বিজয় ডুবেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷ ওদালগুৰি জিলাৰ বিশেষকৈ ৭০নং মাজবাট বিধান
এগৰাকী গৰ্ভৱতী মহিলাৰ অতি কৰুণ মৃত্যুৰ এক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপূৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে এখন দলঙৰ তলত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে মহিলাগৰাকীয়ে তেওঁৰ ৪বছৰীয়া পুত্ৰক চকলেট কিনি দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰ পৰা নিৰুদ্দেশ আছিল মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এজাহাৰ
হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ দীপাৱলী বা দীৱালী। এই দিনটোত সকলোতে বন্তি জ্বলি থকা দেখা যায়। দীপাৱলীৰ দিনা লক্ষ্মী দেৱী আৰু গণেশ ভগৱানক পূজা কৰা হয়। এই দিনটোত লক্ষ্মী দেৱী ঘৰত উপস্থিত হয় বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত যদি আপুনি দীপাৱলীৰ শুভ উপলক্ষে কিছুমান শুভ বস্তু আনে, তেন্তে দেৱী লক্ষ্মী