আহোম জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে আটাছু ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৷ বৃহস্পতিবাৰে মহানগৰীৰ
Category: Assamese News
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে দেশ জোকাঁৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম এজন অভিযুক্ত ৰঞ্জিত কাকতিয়ে। ট্ৰেডিং FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাত কৰি আৰক্ষীৰ জালত পৰা ৰঞ্জিত কাকতিক যোৱা
চাপৰৰ বিভিন্ন স্থানত কালি পূজাৰ গয়না লৈ একাংশ লোকে চলাই আছিল জুৱাৰ আড্ডা এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ
২৪ ঘণ্টা নহওঁতেই চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন আৰক্ষী অহাৰ উমান পাই চাপৰৰ ধীৰঘাটত বাইক থৈ পলায়ন কৰে চোৰে উল্লেখ্য যে চাপৰ বজাৰৰ মাজমজিয়াৰ পৰা চাপৰৰ বাসিন্দা মতিয়ৰ ৰহমানৰ AS-19-F-4791