অবৈধ জুৱাৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান

অবৈধ জুৱাৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান

 

চাপৰৰ বিভিন্ন স্থানত কালি পূজাৰ গয়না লৈ একাংশ লোকে চলাই আছিল জুৱাৰ আড্ডা

এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ বিভিন্ন স্থানত চলাইছিল অভিযান

আৰক্ষী অহাৰ উমান পাই জুৱাৰী সকলে পলাই পত্ৰং দিয়ে

উল্লেখ্য যে কালি পূজাৰ গয়না লৈ বিভিন্ন স্থানত চলাইছিল জুৱাৰ আড্ডা

ক’ৰবাত যদি ঝাণ্ডি মুণ্ডা আৰু আন কৰবাত কাৰ্ড লৈ চলিছিল জুৱা

Shahnawaz Hamza