শনিবাৰে নিশা চতিয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই হত্যাকাণ্ড। সুৰামত্ত স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে পত্নীক। নিহত মহিলা গৰাকী ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে। হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত
Category: Assamese News
যোৰহাটত তিনিদিনৰ পূৰ্বে অৰ্থাৎ ১১ অক্টোবৰৰ দুপৰীয়া এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্তক মাত্ৰ তিনিদিনৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি ঘটনাৰ অন্তৰালৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। ঘটনাৰ পিছতে আৰক্ষীয়ে জিম্পলজিৎ গগৈ নামৰ এজন যুৱকৰ লগতে এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰে এই ঘটনাৰ মূল
হিন্দু মহিলাৰ শেষকৃত্য মুছলমান লোকৰ। গোৱালপাৰাৰ কৃষ্ণাইত দেখা গ’ল সম্প্ৰীতিৰ এই অনন্য নিদৰ্শন।
যিকোনো শুভ অনুষ্ঠানৰ পূৰ্বে গণেশক আৰাধনা কৰা হয় ৷ এইবাৰ কিন্তু বিশ্বকৰ্মা পূজা গণেশ পূজাতকৈ আগেয়ে সম্পন্ন হৈছে ৷ বিঘ্নহৰ্তা গণেশৰ পূজা কৰিলে ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধি, ধন-ধ্যান আৰু বৈভৱ বৃদ্ধি পায় ৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী ১২ ৰাশিৰ মাজত কেইটামান ৰাশিৰ ওপৰতহে গণেশৰ আশীৰ্বাদ থাকে ৷ জ্যোতিষ শাস্ত্ৰ অনুযায়ী গণেশৰ আশীৰ্বাদত
মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়। >> নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। >> শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা