Category: Assamese News

কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা; শিলেৰে মৰিয়াই স্বামীক হত্যা পত্নীৰ

কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা; শিলেৰে মৰিয়াই স্বামীক হত্যা পত্নীৰ

কৰিমগঞ্জৰ নয়াবাৰীত লোমহৰ্ষক হত্যাকাণ্ড। পত্নীৰ প্রহাৰত মৃত্যু অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত এছ এছ বি জোৱানৰ । শুকুৰবাৰে এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আনে স্থানীয় লোকে ৷ প্ৰাপ্ত খবৰ অনুসৰি , বৃহস্পতিবাৰে নিশা সুদীপা নাথ নামৰ মহিলা গৰাকীয়ে নিজ স্বামী অজয় নাথৰ মুৰত শিলেৰে মৰিয়াই নৃশংসভাৱে হত্যা কৰে ৷ আজি ঘটনাস্থলীত আৰক্ষী

বৰপেটাত লোমহৰ্ষক হত্যাকাণ্ড; কুঠাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা পত্নী আৰু কন্যাক

বৰপেটাত লোমহৰ্ষক হত্যাকাণ্ড; কুঠাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা পত্নী আৰু কন্যাক

বৰপেটা চহৰৰ গান্ধীনগৰত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়৷ এই হত্যাকাণ্ডত স্বামীৰ হাতত থিতাতে নিহত হয় পত্নী আৰু নিজ কন্যা ৷ গান্ধীনগৰ নিবাসী স্বামী ঋষভ দাসে নিজ ঘৰৰ চোতালত কুঠাৰে উপৰ্যুপৰি ঘপিয়াই নৃশংসভাৱে পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক হত্যা কৰে৷ পাৰিবাৰিক সংঘাতৰ বাবেই এনেদৰে

নগাঁৱৰ ADP কলেজৰ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা

নগাঁৱৰ ADP কলেজৰ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা

নিউজ ব্যুৰ’,নগাঁও,১৩অক্টোবৰ:–নগাঁৱত এগৰাকী ছাত্ৰীয়ে  চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । আত্মহত্যা কৰা ছাত্ৰীগৰাকী হৈছে মাৰজানা কাদিৰ লস্কৰ । নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ  B.Vocৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী আছিল । মাৰজানা কাদিৰ লস্কৰৰ ঘৰ লংকাত আছিল বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বিগত কেইদিনমান

এইবাৰ কিহত আগমন হব মা দুৰ্গাৰ, গমন কিহত? জানি লওক সকলো

এইবাৰ কিহত আগমন হব মা দুৰ্গাৰ, গমন কিহত? জানি লওক সকলো

চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি। আৰু মাত্ৰ এটা মাহ। পূজাৰ আনন্দত উখল–মাখল হ’ব সমগ্ৰ দেশ। উজলি উঠিব গাঁও–চহৰ সকলো। এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাৰ আগমন কিদৰে হ’ব। কিহত আহিব দেৱী দুৰ্গা ? পঞ্জিকা মতে, এইবাৰ দেৱী দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। পঞ্জিকা মতে যাৰ অৰ্থ হ’ল ‘ছত্ৰভংগ’। আৰু মা দুৰ্গাৰ গমনো

উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি..

উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি..

চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি অবৈধ প্ৰক্ৰিয়াৰে কোৰোণাৰে ধন চপোৱা একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ বৃহস্পতিবাৰেও চাৰি হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হʼবলগীয়া হʼল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সনৎ কুমাৰ মুদৈ । ডকমকা থানা এলেকাৰে যাতায়াত কৰা ৰড-চিমেন্ট কঢ়িওৱা