Category: Assamese News

ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ

ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ

➡️ইউটিউবাৰ হিমাশ্রী শইকীয়াক তলব মহানগৰীৰ গীতানগৰ থানাৰ ৷ ➡️হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ বিৰুদ্ধে গোচৰ ৰজু তৰিছিল APWয়ে ৷ ➡️ হিমাশ্ৰীৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ এটা সম্প্ৰচাৰত অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগ APW ৰ ৷ ➡️হিমাশ্ৰীয়ে বিগত সপ্তাহ অনলাইন ট্ৰেডিং গোচৰত হাজিৰ হৈছিল ডিব্ৰুগড় থানাত ৷ ➡️ থানাত হাজিৰ হ’বলৈ নটিছ জাৰি কৰিছিল চি

নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

নামী-দামী ক্ৰীম নহয়, ব্যৱহাৰ কৰক এই ঘৰুৱা প্ৰতিকাৰ

সৌন্দৰ্য ম্লান কৰাত মুখত থকা ক’লা দাগে কি ভূমিকা গ্ৰহণ কৰে, তাক হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।সকলোয়ে, বিশেষকৈ মহিলাসকলে এনে দাগৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ বজাৰত উপলব্ধ বহু নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। কিন্তু কেতবোৰ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।হয়,

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

বলীউড অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা। নেচনেল ফিল্ম এৱাৰ্ড অনুষ্ঠানত দিয়া হ’ব বঁটা। সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত

প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া দেশ নেপালত

ভয়াৱহ বান, খহনীয়াত এইপৰ্যন্ত ১৭০গৰাকী লোকৰ মৃত্যু। সন্ধান নাই প্ৰায় ৪২ জনৰ, আহত শতাধিক লোক। এতিয়াও উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ।

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি অসমৰ শুভ উদ্বোধন; ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীলৈ ঋণ প্ৰদান

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বিশেষ অনুষ্ঠান। ২৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক প্ৰদান কৰা হ’ব ২ লাখ টকাৰ ঋণ। প্ৰথম কিস্তিত দিয়া হ’ব ৭৫ হাজাৰ টকা। ৩ দিনীয়া প্ৰশিক্ষণৰ অন্তত পুনৰ প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। নৱেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ’ব দুয়োটা কিস্তি। নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক অন্তৰ্ভুক্ত