Advertisement

Category: Assamese News

ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ

ইজৰাইলৰ আক্ৰমণত মৃত্যু হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ

DNA পৰীক্ষাৰ অন্তত ছিনৱাৰৰ মৃত্যু হোৱা বুলি দাবী IDFৰ৷ উল্লেখ্য যে, ইজৰাইলৰ আক্ৰমণত ৩মাহত ৩জনকৈ হামাছৰ মুৰব্বীৰ মৃত্যু৷ যোৱা আগষ্ট মাহত হামাছৰ মুৰব্বী হিচাবে ঘোষণা কৰা হৈছিল য়াহয়া ছিনৱাৰক৷ ইজৰাইলত

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ আজিৰ পৰা তদন্ত আৰম্ভ কৰিছে চিবিআয়ে

ট্ৰেডিং কেলেংকাৰীৰ ৪১ টা গোচৰ ইতিমধ্যে হস্তান্তৰ কৰা হৈছে চিবিআইক প্ৰথমে দীপাংকৰ বৰ্মন কাণ্ডৰ তদন্ত আৰম্ভ কৰিব তদন্তকাৰী সন্থাটোৱে। আজি চিবিআইৰ গড়চুকস্থিত কাৰ্যালয়লৈ তলব কৰা হৈছে বহু ভুক্তভোগীক। ইফালে বিশাল-চুমিৰ

কৰ্মচাৰীক মাৰ্চিডিজৰ দৰে বিলাসী বাহন উপহাৰ তীখা প্ৰতিষ্ঠানৰ!

কৰ্মচাৰীক মাৰ্চিডিজৰ দৰে বিলাসী বাহন উপহাৰ তীখা প্ৰতিষ্ঠানৰ!

নিজৰ কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাক স্বীকৃতি দি চেন্নাইৰ এটা উদ্যোগ প্রতিষ্ঠানে মার্চিডিজ, হুণ্ডাই ব্ৰেণ্ডৰ বিলাসী গাড়ী উপহাৰ দিয়াৰ তথ্য পোহৰলৈ আহিছে। কৰ্মচাৰীসকলক অধিক উৎসাহিত কৰিবলৈ এনেদৰে বিলাসী গাড়ী উপহাৰ দিছে চেন্নাইস্থিত এটা

পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই, চাওক ফটো

পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই, চাওক ফটো

বৃহস্পতিবাৰে মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল ‘বাহুবলী’ৰ অভিনেত্ৰীগৰাকী। পুৱাই মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰিলে জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়াই। কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে অভিনেত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে মাতৃৰ সৈতে

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

বলীউডৰ অভিনেত্ৰী তামান্না ভাটিয়াক গুৱাহাটীত প্ৰায় ৮ ঘণ্টাজুৰি ই ডিৰ জেৰা ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছিল ৷ অনলাইন গেমিং এপ মহাদেৱ বেটিং এপৰ