ৰাজ্যৰ ১৮খন জিলাৰ ২৫ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ লাখকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত প্ৰথম কিস্তি হিচাপে আজি খানাপাৰা ফিল্ডত ২৫হাজাৰ যুৱক-যুৱতী, পুৰুষ-মহিলাক বিতৰণ কৰিলে ৭৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ চেক। লগতে, মুখ্যমন্ত্ৰীয়ে ক’লে, ২ লাখ টকাৰ ৭৫ হাজাৰ টকা আজি আৰু ২৫ হাজাৰ
Category: Assamese News
দিনে দিনে বৃদ্ধি পোৱা গৰমৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ আজিকালি অধিকাংশ লোকেই এয়াৰ কণ্ডিচনিং (এচি) ব্যৱহাৰ কৰে।এচিয়ে গৰমৰ পৰা সকাহ দিয়ে ঠিকেই, কিন্তু ই আপোনাৰ ছালখনক খুব বেয়াকৈ প্ৰভাৱিত কৰে। হয়, প্ৰতিদিনে বহুসময় ধৰি এচিত থকাৰ ফলত ছাল শুকান আৰু ডিহাইড্ৰেটেড হৈ পৰে।অৱশ্যে, কেতবোৰ সাৱধানতা অৱলম্বন কৰি আপুনি শৰীৰৰ আদ্ৰতা
চাহ আমাৰ সকলোৰে প্ৰিয়।বহুতেই তেওঁলোকৰ দিনটো হয়তো একাপ চাহ খায়েই আৰম্ভ কৰে।আপোনাৰো যদি ৰাতিপুৱা শুই উঠি চাহ খোৱাৰ অভ্যাস আছে, তেন্তে আজিৰে পৰাই এই অভ্যাস ত্যাগ কৰক।হয়, খালী পেটত চাহ খালে আপুনি গুৰুতৰ স্বাস্থ্য সমস্যাত ভুগিব পাৰে।খালী পেটত চাহ খোৱাৰ অপকাৰিতাৰ বিষয়ে আজি জানো আহক- এচিডিটি চাহত থকা কেফেইন আৰু
চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্ব শাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত গোলাঘাটত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই । প্ৰায় তিনি শতাধিক ছাত্ৰ প্ৰতিনিধিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট নগৰৰ মাজেৰে সমদল কৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ বিজেপি
দৃষ্টিশক্তি উন্নত কৰিবলৈ বিচাৰে যদি যিমান পাৰে সিমান হাঁহিবলৈ আৰম্ভ কৰক। এয়া পিছে আমি কোৱা কথা নহয়। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে এই কথা। হয়, গৱেষণাটোত প্ৰমাণ হৈছে যে হাঁহিলে চকুৰ শুষ্কতা হ্ৰাস হয়। এই অধ্যয়নটোৱে প্ৰমাণ কৰে যে হাঁহিয়ে কেৱল মনকে সুখ প্ৰদান নকৰে, ই চকুৰো এক কাৰ্যকৰী আৰু