Category: Assamese News

ADRE প্ৰশ্নকাকত ভাইৰেল ঘটনাৰ লগত জড়িতৰ অভিযোগত আটক শিক্ষক

ADRE প্ৰশ্নকাকত ভাইৰেল ঘটনাৰ লগত জড়িতৰ অভিযোগত আটক শিক্ষক

ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ তথ্য। উপেন্দ্ৰ নেচনেল একাডেমীৰ অধক্ষ্য বিমল মুছাহাৰীকো সোধা-পোছা আৰক্ষীৰ। DC, SPৰ উপস্থিতিত সোধা-পোছা। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত আজি ভাইৰেল হৈছিল প্ৰশ্নকাকত।

নগাঁৱৰ চিলঙনীত পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত সজাগতা সভা

নগাঁৱৰ চিলঙনীত পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত সজাগতা সভা

নিউজ ব্যুৰ’,নগাঁও,১৩ছেপ্টেম্বৰ:–নগাঁও জিলাৰ খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ অধীনত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে ভকতগাঁও,ৰঙাগড়া,হুজ, বৰভেটি আৰু ৰাইদঙীয়া চাৰ্কোলৰ এলেকাধীন অংগনাবাড়িকৰ্মীসকলৰ এখনি বৃহৎ সজাগতা সভা অনুস্থিত হয়। চিলঙনী মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলিম উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনিত বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দৰ চিকিৎসক ডাঃ পংকজ জ্যোতি বৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি

নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১৩ছেপ্টেম্বৰ:- ঐতিহ্যমণ্ডিত নগাঁও কলেজ(স্বতন্ত্ৰ)ৰ ৮০সংখ্যক নৱাগত আদৰণী সভাত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। সভাত অতিথি বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ,লেখক,সমালোচক, নিবন্ধকাৰ,তাৰ্কিক ময়ূৰ বৰা। ভাষণ প্ৰসংগত ময়ূৰ বৰাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি নগাঁও ইতিহাসৰ সোণসেৰীয়া সমলেৰে সমৃদ্ধ। বৰাই ভোটাই ডেকা আৰু গুণাভিৰাম বৰুৱাৰ প্ৰসংগেৰে নগাঁৱৰ গৌৰৱোজ্জ্বল ইতিহাসৰ

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ PSO আৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ

বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ PSO আৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ

আজি অশোক স্যাম নামক যুৱকে সংবাদ মেলোৰ জৰিয়তে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ লগতে psoআৰু লগত অহা যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ কৰি কয় য়ে যোৱা ৯ ছেপ্তেম্বৰ ৰাতি অনুমানিক ১০.৩০ বজাত ফকিৰাগ্ৰাম ৰেলৱে কলনিৰ পৰা বজাৰ অভিমুখে গৌ থকা সময়ত ফকিৰাগ্ৰাম ৰেলৱে গেটে কাষত সৰকাৰ মেডিকেলৰ অলপ

শক্তি আশ্ৰম সমবায় সমিতিৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

শক্তি আশ্ৰম সমবায় সমিতিৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম সমবায় সমিতিৰ ২০২৩ -২০২৪ বৰ্ষৰ ৫১তম বাৰ্ষিক সাধাৰণ সভা খন আজি সমবায় সমিতি প্ৰাংগনত অনুষ্ঠিত হয়। সমবায় সমিতিৰ সভাপতি দিলীপ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক প্ৰবোধ চন্দ্ৰ ৰায়ে। সভাত সম্পাদকীয় প্ৰতিবেদনৰ ওপৰত আলোচনাৰ পাছত প্ৰতিবেদন গৃহীত হয় আৰু