Advertisement

১০ হাজাৰ বা ২০ হাজাৰ নহয়, ১ লাখ বা ২ লাখ টকীয়াও নহয়! বিয়াৰ দিনা চুমি বৰাই পৰিধান কৰিছিল ৪২ লাখ টকীয়া কাপোৰ!

১০ হাজাৰ বা ২০ হাজাৰ নহয়, ১ লাখ বা ২ লাখ টকীয়াও নহয়! বিয়াৰ দিনা চুমি বৰাই পৰিধান কৰিছিল ৪২ লাখ টকীয়া কাপোৰ!

বিয়াৰ দিনা চুমি বৰাই কিমান লাখ টকীয়া কাপোৰ পৰিধান কৰিছিল? বিয়াৰ দিনা চুমি বৰাই পৰিধান কৰা কাপোৰৰ মূল্য শুনিলে চকু কপালত উঠিব আপোনাৰ।

চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে নতুন গোচৰ। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত নতুন গোচৰ ৰুজু চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে।

আদালতত চুমি বৰাৰ ঘৰৰ পৰা জব্দ কৰা কাপোৰ জমা দিলে আৰক্ষীয়ে। বিয়াৰ দিনা চুমিয়ে পিন্ধা ৪২লাখ টকীয়া কাপোৰো জমা দিলে আৰক্ষীয়ে।

শুকুৰবাৰে চুমি বৰা আৰু তাৰ্কিক বৰা বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে চুমি বৰা ৭৬ লাখ টকীয়া হীৰাৰ আঙঠিৰ লগতে প্ৰায় ৪ কোটি টকা মূল্য আ-অলংকাৰ।

এতিয়া ডিব্ৰুগড় জিলা কাৰগাৰত দিন কটাইছে চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। বিলাসী জীৱন কটোৱা চুমি বৰা আৰু তাৰ্কিক বৰাই জে’লত কটাইছে কেতিয়াও কল্পনা নকৰা এক জীৱন।

Shahnawaz Hamza