বৈদিক জ্যোতিষত শনি দেৱতা ধৰ্মীয় দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ। শনি দেৱক ন্যায় আৰু ফলাফলৰ দাতা হিচাপে গণ্য কৰা হৈছে। শনিয়ে মানুহক বেয়া কামৰ শাস্তি দিয়াৰ সমান্তৰালকৈ শুভ ফলও প্ৰদান কৰে।শনিৰ মহাদশাক আটাইতকৈ কষ্টদায়ক বুলি গণ্য কৰা হয়। কোৱা হয় যে যিসকলৰ কুণ্ডলীত শনিদেৱ দুৰ্বল অৱস্থাত বিৰাজমান হৈ থাকে তেওঁলোকে জীৱনত
Category: Assamese News
ঘৰত মন্দিৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ কেতবোৰ বিধান মানি চলিব লাগে। তেনে বিধানসমূহৰ বিষয়ে জানো আহক- মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ’ব লাগে মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ’লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে । স্থলস্থুলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ
আজি শনিবাৰ৷ শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱক সন্তুষ্ট কৰিলে দূৰ হয় জীৱনৰ দুখ–কষ্ট। শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ বেয়া ফল ভুগিব লাগিব। আনহাতে যদিহে আপুনি ভাল কাম কৰিছে তেন্তে আপুনি ভাল ফল লাভ কৰিব৷ শনিৰ মহাদশাৰ
হিন্দু শাস্ত্ৰমতে শনিবাৰৰ দিনটো শনি দেৱতাৰ বাবে সমৰ্পিত। যিলোকৰ ওপৰত শনিদেৱৰ কৃপা থাকে তেওঁলোকৰ জীৱনত ৰাজসুখ প্ৰাপ্ত হয় বুলি একাংশ লোকে ধাৰণা কৰে৷ কিছুলোকে বিশ্বাস কৰে যে শনিৰ কোপদৃষ্টি যাৰ ওপৰত পৰে সেইজনৰ জীৱন ধ্বংস হৈ যায়, জীৱনত বহু ধৰণৰ সমস্যা আহিবলৈ ধৰে। কোৱা হয় যে শনিক যিয়ে সচাঁ মনেৰে
মঙলবাৰৰ নিয়ম সমুহ: হিন্দু ধৰ্মৰ পঞ্জিকা অনুসৰি মঙলবাৰৰ দিনটো বজৰংবলীলৈ উৎসৰ্গা কৰা হয়। বজৰংবলী সৰ্বশক্তিমান। ভক্তৰ দুখ-কষ্ট কেৱল তেওঁৰ নাম-মন্ত্ৰ জপ কৰিয়েই নাইকিয়া হয়। কোৱা হয় যে মঙলবাৰে হনুমানক সঁচা ভক্তি আৰু নিয়মেৰে পূজা কৰিলে তেওঁ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলক বিচৰা ধৰণে ভাল ফলাফল দিয়ে, লগতে ভক্তসকলৰ সকলো ভয়